Monday , June 17 2019
শেহতীয়া খবৰ
Home / সাহিত্য / ৫৪সংখ্যক জ্ঞানপীঠ বঁটা ঘোষণা

৫৪সংখ্যক জ্ঞানপীঠ বঁটা ঘোষণা

 

ষ্টাফৰিপৰ্টাৰ, ১৪ ডিচেম্বৰ, ৫৪সংখ্যক জ্ঞানপীঠ বঁটা ঘোষণা। প্ৰখ্যাত সাহিত্যিক অমিতাভ ঘোষলৈ আগবঢ়োৱা হ’ব এইবাৰৰ জ্ঞানপীঠ বঁটা। জীৱনজোৰা সাধনাৰ স্বীকৃতি প্ৰখ্যাত সাহিত্যিকজনলৈ। ইংৰাজী ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল অমিতাভ ঘোষ। তাৰ ভিতৰত উল্লেখ্যযোগ্য দ্য গ্লাছ পেলেচ, ছেড’ লাইনছ, দ্য হাংগ্ৰী টাইড আৰু আইবিছ ত্ৰিলজী। পদ্মশ্ৰী, সাহিত্য একাডেমী বঁটাৰেও সন্মানিত হৈছিল প্ৰখ্যাত সাহিত্যিকগৰাকী।

About Staff Reporter

চাব পাৰে

স্বাস্থ্য বিষয়ক গ্ৰন্থ উন্মোচন

  ষ্টাফ ৰিপোৰ্টাৰ,,,, ২৬ মে।।। সুস্থ জীৱন যাপন কৰাৰ বাবে সকলোকে এক সুস্থ শৰীৰৰ প্রয়োজন। …

Leave a Reply

Your email address will not be published. Required fields are marked *