Thursday , April 9 2020
শেহতীয়া খবৰ
Home / ক্ৰীড়া / ৫ জানুৱাৰীত গুৱাহাটীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত আন্ত:ৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট মেচ

৫ জানুৱাৰীত গুৱাহাটীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত আন্ত:ৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট মেচ

 

ষ্টাফৰিপৰ্টাৰ, ২১ ডিচেম্বৰ : ৫ জানুৱাৰীত গুৱাহাটীৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত আন্ত:ৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট মেচ। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট খেলখনৰ বাবে প্ৰায় ৪০ হাজাৰ টিকট ২৪ ডিচেম্বৰৰ পৰা ‘Book my Show’ত উপলব্ধ হ’ব বুলি জনাইছে অসম ক্ৰিকেট সন্থাই। ২ জানুৱাৰী তাৰিখে দুয়োটা দলৰ খেলুৱৈ আহি গুৱাহাটীত উপস্থিত হ’ব।
গুৱাহাটীৰ টি-২০ খেলখনত অতিথি হিচাপে অংশ লব সৌৰভ গাংগুলিয়ে।

About Staff Reporter

চাব পাৰে

মধ্য কামৰূপ ফুটবলত মলং এফ চি ছেমিফাইনেলত

*মধ্য কামৰূপ ফুটবলত মলং এফ চি ছেমিফাইনেলত* প্ৰতিবেদক, ৰঙিয়া, ৩ নৱেম্বৰ : মধ্য কামৰূপ ক্ৰীড়া …

Leave a Reply

Your email address will not be published. Required fields are marked *