Wednesday , June 19 2019
Home / ৰাজনীতি / ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বি পি এফ

৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বি পি এফ

 

ষ্টাফৰিপৰ্টাৰ, ১৩ জানুৱাৰী, ৬ জনগোষ্ঠীৰ জনজাতিকৰণক
লৈ কেন্দ্ৰীয় চৰকাৰক চৰ্ত বান্ধি দিলে দিছপুৰৰ মিত্ৰ দল বিপিএফে। শনিবাৰে মুখ্যমন্ত্ৰী সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাত্ কৰিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এটা দলে।

About Staff Reporter

চাব পাৰে

নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ

  ষ্টাফৰিপৰ্টাৰ, ৩০ মে’ : নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ। টেলিভিছনৰ বিতৰ্কলৈ মুখপাত্ৰ প্ৰেৰণ নকৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *