Monday , June 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৮ জানুৱাৰীত উত্তৰ-পূৰ্বাঞ্চল বন্ধ ঘোষণা এন ই এছ অ ৰ

৮ জানুৱাৰীত উত্তৰ-পূৰ্বাঞ্চল বন্ধ ঘোষণা এন ই এছ অ ৰ

 

ষ্টাফৰিপৰ্টেৰ, ৫ জানুৱাৰী, ৮ জানুৱাৰীত উত্তৰ-পূৰ্বাঞ্চল বন্ধ ঘোষণা এন ই এছ অ ৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত এই বন্ধৰ আহ্বান। পুৱা ৫ বজাৰ পৰা বিয়লি ৪ বজালৈ বন্ধৰ আহ্বান। উত্তৰ-পূৰ্বাঞ্চলবাসীক বন্ধ সৰ্বাত্মক কৰাৰ আহ্বান ছাত্ৰ সংগঠনটোৰ।

About Staff Reporter

চাব পাৰে

এন আৰ চি ৰ কৰ্মীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া আভিজিত শৰ্মাৰ

  ষ্টাফৰিপৰ্টাৰ, ১৫ জুন,এন আৰ চি ৰ কৰ্মীক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আভিজিত শৰ্মাই। …

Leave a Reply

Your email address will not be published. Required fields are marked *