Sunday , January 26 2020
শেহতীয়া খবৰ
Home / ৰাজনীতি / ৮ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৮ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

 

ষ্টাফৰিপৰ্টাৰ, ৪ ফেব্ৰুৱাৰী, ৮ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীৰ আগমনক লৈ ৰাজ্যিক বিজেপিৰ সংবাদমেল। নিশাটো গুৱাহাটীতে কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৯ ফেব্ৰুৱাৰীত চাংসাৰিত এইমচ ৰ ভূমি পূজন। স্থাপন কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ আধাৰশিলা। সেইদিনাই হ’ব অসমৰ সৰ্বকালৰ বৃহত্‍ সভা। ২০ হাজাৰ বাইকেৰে উলিওৱা হ’ব ৰেলী। সংবাদমেলত এই কথা জনালে ৰাজ্যিক বিজেপিয়ে।

About Staff Reporter

চাব পাৰে

লোকসভাত উত্থাপন কৰা হ’ব কেব

  ষ্টাফৰিপৰ্টাৰ,৮ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উত্তপ্ত হৈ থকাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *