Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰক্ত দান কৰক সুস্থ হৈ থাকক “শীর্ষক শিবিৰ

ৰক্ত দান কৰক সুস্থ হৈ থাকক “শীর্ষক শিবিৰ

 

ষ্টাফৰিপৰ্টাৰ, ১ ডিচেম্বৰ : এইচ ডি এফ চি বেংকৰ উদ্যোগত ৬ ডিচেম্বৰত ত্রয়োদশ ৰাষ্ট্ৰীয় ৰক্তদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই বৃহৎ আয়োজনৰ বাবে ১,১০০ ত কৈও অধিক চহৰত ৪২০০ টাত কৈও অধিক ৰক্তদান শিবিৰ স্থাপন কৰা হ’ব। সিদিনা “ৰক্ত দান কৰক সুস্থ হৈ থাকক “শীর্ষক শিবিৰো অনুষ্ঠিত কৰা হ’ব। এই সম্পৰ্কে এইচ ডি এফ চি বেংকৰ অপাৰেচন বিভাগৰ দেশীয় মূৰব্বী ভাৱেশ জাভেৰি য়ে কয় ” এই শিবিৰৰ বিষয়ে জানিবলৈ এই বেংকৰ এ টি এমতো নিকটৱৰ্তী ৰক্তদান কেন্দ্ৰ তথা ৰক্ত বেংকৰ তথ্য লাভ কৰিব। বিশেষজ্ঞ সকলৰ মতে এক ইউনিট ৰক্তই তিনিজন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। সামাজিক দায়বদ্ধ নাগৰিক হিচাবে আমি এই শিবিৰত সকলোৰে সহযোগিতা কামনা কৰিছোঁ।” উল্লেখ এক প্ৰতিবেদন অনুসৰি ভাৰতত সংবহনৰ বাবে সুৰক্ষিত ৰক্তৰ পৰিমাণ এতিয়াও ৪০ মিলিয়ন ইউনিটৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায়।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *