Saturday , January 25 2020
শেহতীয়া খবৰ
Home / মহানগৰ / ৰক্ত পৰীক্ষা শিবিৰ সম্পন্ন

ৰক্ত পৰীক্ষা শিবিৰ সম্পন্ন

 

ষ্টাফৰিপোৰ্টাৰ, ১১ জানুৱাৰী : নৱবর্ষ উপলক্ষে মহানগৰৰ সাংবাদিক সকলৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে এটি স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত ৬০ গৰাকী সাংবাদিকৰ তেজৰ নমুনা সংগ্ৰহ কৰি থাইৰড, হিমগ্লবিন , ব্লাড চুগাৰ, ইউৰিক এছিড পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অংশগ্ৰহণকাৰী সকলৰ তেজৰ নমুনা সংগ্ৰহ কৰে এম এম চি হস্পিটেলৰ স্বাস্থ্য কর্মী খনিন ডেকা আৰু নয়ন মণি পাঠকে ।ৰক্ত পৰীক্ষাৰ প্ৰতিবেদন সমূহ সোমবাৰে আবেলি প্ৰেছ ক্লাবৰ কাৰ্যলয়ত পোৱা যাব।

About Staff Reporter

চাব পাৰে

নাগৰিকত্ব সংশোধনী আইন ( কা) বিৰোধী সমন্বয় সমিতি, অসমৰ সাংবাদমেল

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : “চৰকাৰে দমনমূলক নীতি চলাই আছে। সংবিধান খন অপষ্ট হৈ পৰিছে। …

Leave a Reply

Your email address will not be published. Required fields are marked *