Friday , December 13 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াতো পালন পৰিবেশ দিৱস আজি বিশ্ব পৰিবেশ দিবস

ৰঙিয়াতো পালন পৰিবেশ দিৱস আজি বিশ্ব পৰিবেশ দিবস

সমগ্ৰ বিশ্ব ই পালন কৰিছে পৰিবেশ দিবস l সমগ্ৰ বিশ্বৰ লগতে ৰঙিয়াটো ৰঙিয়াৰ প্ৰতিখন বিদ্যালয় কলেজত আজি ছাত্ৰছাত্ৰী সকলে একোডাল কৈ গছৰ পুলি ৰুপন কৰে ৷ ইয়াৰ উপৰিও ৰঙিয়া হৰদত্ত বীৰদত্তৰ ৰ সন্মুখত ৰঙিয়া অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বিশ্ব পৰিবেশ দিৱস উপলক্ষে ছাত্ৰছাত্ৰী আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী সকলক একোডালকৈ গছৰ পুলি বিতৰন কৰে ৷

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *