Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ৰাজগড়ত অভিতাৰা বুটিক মুকলি কৰিলে জুবিন গাৰ্গে

ৰাজগড়ত অভিতাৰা বুটিক মুকলি কৰিলে জুবিন গাৰ্গে

 

ষ্টাফৰিপৰ্টাৰ, ৯ ডিচেম্বৰ, ৰাজগড়ত “অভিতাৰা” নামৰ এখন বুটিক দেওবাৰে মুকলি কৰিলে জুবিন গাৰ্গে। জনপ্ৰিয় শিল্পী গৰাকীয়ে কয় “বন্ধু মুন্না আহমেদে নতুন ধাৰণা লৈ গুৱাহাটীৰ সুন্দৰ ঠাইত এই বুটিক খন মুকলি কৰিছে। বুটিক খনে ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশা কৰিলোঁ। সম্প্ৰতি মই “কাঞ্চন জংঘা” আৱহ সংগীত ৰ কামত ব্যস্ত আছোঁ। চলচ্চিত্ৰ খনৰ দৃশ্য গ্ৰহণৰ কাম সম্পূৰ্ণ হৈছে।।” অনুষ্ঠানত উপস্থিত থাকি অভিনেত্ৰী, ডিজাইনাৰ অন্যনা পাঁচনীয়ে এই বুটিক খনত নানা ডিজাইৰ বস্ত্ৰ সম্ভাৰ বিশেষকৈ ভাৰতীয় আৰু প্ৰাশ্বাত্য সাজপাৰ পোৱা যাব বুলি কয়। অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালক মুন্না আহমেদ উপস্থিত থাকে

About Staff Reporter

চাব পাৰে

কেভেণ্টাৰেৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত “কেভেণ্টাৰ মিল্ক” মুকলি

  ষ্টাফ ৰিপোৰ্টাৰ,,,,২০ ডিচেম্বৰ।।।। পূব ভাৰতৰ দ্ৰুত খাদ্য আৰু পানীয় কোম্পানী কেভেণ্টাৰে বৃহস্পতি বাৰে মুকলি …

Leave a Reply

Your email address will not be published. Required fields are marked *