Saturday , March 23 2019
Home / ক্ৰীড়া / ৰাজস্থান ৰয়েল্ছৰ সৈতে চুক্তিবদ্ধ অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

ৰাজস্থান ৰয়েল্ছৰ সৈতে চুক্তিবদ্ধ অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

 

ষ্টাফৰিপৰ্টাৰ, ১৮ ডিচেম্বৰ,ৰাজস্থান ৰয়েল্ছৰ সৈতে চুক্তিবদ্ধ হৈছে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ। আই পি এল ৰ দ্বাদশ সংস্কৰণৰ বাবে চুক্তিবদ্ধ হ’ল অসমৰ প্ৰতিভাশালী ক্ৰিকেটাৰগৰাকী। ২০ লাখ টকাত ৰাজস্থান ৰয়েল্ছৰ সৈতে চুক্তিবদ্ধ ৰিয়ান। আবু নেচিম আহমেদৰ পিছত আই পি এল ত স্থান পোৱা অসমৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰ হৈছে ৰিয়ান পৰাগ। আনহাতে, সৰ্বাধিক দামী খেলুৱৈ হিচাপে চুক্তিবদ্ধ হৈছে জয়দেৱ উনাদকট আৰু বৰুণ চক্ৰৱৰ্তী। ৮.৪০ কোটিত ৰাজস্থান ৰয়েলছৰে চুক্তি জয়দেৱ উনাদকটৰ। ৮.৪০ কোটিত কিংছ ইলেভেন পঞ্জাবৰ সৈতে চুক্তিবদ্ধ বৰুণ।

About Staff Reporter

চাব পাৰে

নিউজিলেণ্ডৰ মছজিদলৈ গুলীবৰ্ষণ

  ষ্টাফৰিপৰ্টাৰ, ১৫ মাৰ্চ, নিউজিলেণ্ডৰ খ্ৰাইষ্টচাৰ্চস্থিত এটা মছজিদলৈ লক্ষ্য কৰি আজি ধাৰাসাৰ গুলীবৰ্ষণ কৰে দুৰ্বৃত্তই। …

Leave a Reply

Your email address will not be published. Required fields are marked *