Wednesday , June 19 2019
Home / আঞ্চলিক / ৰাজ্যজুৰি অচল হৈ পৰিছে ফেৰী সেৱা

ৰাজ্যজুৰি অচল হৈ পৰিছে ফেৰী সেৱা

 

ষ্টাফৰিপৰ্টাৰ, ৭ জানুৱাৰী, ৰাজ্যজুৰি অচল হৈ পৰিছে ফেৰী সেৱা। ৬টাকৈ দাবীৰ সমৰ্থনত আভ্যন্তৰীণ জলপৰিবহণ কৰ্মচাৰীৰ প্ৰতিবাদ। সকলো পাৰঘাটতে বন্ধ থাকিব ফেৰী সেৱা। আজি পুৱা ৫ বজাৰ পৰা কাইলৈ পুৱা ৫ বজালৈকে প্ৰতিবাদ অব্যাহত থাকিব কৰ্মচাৰীসকলৰ। গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত অচল ফেৰী সেৱা। উত্তৰ গুৱাহাটীৰ পাৰঘাটত হাহাকাৰ পৰিস্থিতি। ফেৰী নচলাত হাহাকাৰ লাগিছে পৰীক্ষাৰ্থী, কৰ্মচাৰীৰ মাজত।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *