Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰাজ্যজুৰি ৰঙালী বিহুৰ উছাহ

ৰাজ্যজুৰি ৰঙালী বিহুৰ উছাহ

 

ষ্টাফৰিপৰ্টাৰ, ১৫, এপ্ৰিল, আজি পহিলা ব’হাগ
অৰ্থাৎ মানুহ বিহু। ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ–উদ্দীপনা পৰিলক্ষিত হৈছে। বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা ধুই সৰুৱে ডাঙৰক সেৱা কৰি ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৱান দিযে। অসমীয়া নতুন বছৰটো মংগল কামনাৰে নামঘৰ, মন্দিৰত পুৱাৰে ব্যাপক ভিৰ পৰিলক্ষিত হয়। ইফালে গুৱাহাটী মহানগৰীৰ আগশাৰীৰ বিহু মঞ্চ সমূহতো বিহুৰ অনুষ্ঠান চাবলৈ ব্যাপক ভিৰ পৰিলক্ষিত হয়।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *