Friday , May 24 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / ৰাজ্যত গঠন হ’ব বিকল্প ৰাজনৈতিক মঞ্চ

ৰাজ্যত গঠন হ’ব বিকল্প ৰাজনৈতিক মঞ্চ

 

ষ্টাফৰিপৰ্টাৰ, ৬ মে’: “ৰাজ্যত গঠন হ’ব বিকল্প ৰাজনৈতিক মঞ্চ। এই সিদ্ধান্ত প্ৰব্ৰজন বিৰোধী মঞ্চৰ। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেল যোগে এই কথা সদৰী কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই। তেওঁ কয়- “খিলঞ্জীয়াৰ জাতি ৰক্ষাৰ বাবে হ’ব এই মঞ্চ।
এই বৰ্ষৰ জুলাইত ঘোষণা কৰা হ’ব ৰাজনৈতিক দল।’
এই ঘোষণা কৰি গুৱাহাটী সমষ্টি প্ৰাৰ্থী উপমন্যু হাজৰিকাই লগতে কয়
‘১৯৫১ৰ মতে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপনৰ পক্ষত হ’ব মঞ্চ ’। খিলঞ্জীয়া অধিকাৰ, নিৰাপত্তাৰ বাবে কাম’ কৰা হ’ব। পুত্ৰক জয়ী কৰাবলৈ তৰুণ গগৈৰ মুখত খিলঞ্জীয়া ৰক্ষাৰ কথা ওলাইছিল।
‘২য়, ৩য় পৰ্য্যায়ৰ নিৰ্বাচনৰ পূৰ্বে মুছলমানৰ ভোট বিচাৰিছিল গগৈয়ে’। কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ভোট বিচাৰিছিল তৰুণ গগৈয়ে।”

About Staff Reporter

চাব পাৰে

ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্‍ দাসৰ সংবাদমেল

  ষ্টাফৰিপৰ্টাৰ,১৯ মে”: ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্‍ দাসৰ সংবাদমেল দেওবাৰে অনুষ্ঠিত হয়।সংবাদমেলত তেঁও জু-ৰোডৰ গ্ৰেণেড …

Leave a Reply

Your email address will not be published. Required fields are marked *