Monday , August 26 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / ৰাজ্যিক কেবিনেটৰ বৈঠক

ৰাজ্যিক কেবিনেটৰ বৈঠক

 

ষ্টাফৰিপৰ্টাৰ, ২৩ জুলাই : ৰাজ্যিক কেবিনেটৰ বৈঠকত কোইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি অসম ৰাজ্যিক উদ্যোগ নীতিত কেবিনেটৰ অনুমোদন কৰা হয়।পঞ্চায়ত সভাপতি-সদস্য, জিলা পৰিষদ সদস্যৰ দৰমহা বৃদ্ধি, নতুন ৰাজ্যিক চলচ্চিত্ৰ নীতিত কেবিনেটৰ অনুমোদন, নগৰ সমিতিৰ নিৰ্বাচনতো বাধ্যতামূলক পৰিয়াল পৰিকল্পনা,
ৱাৰ্ড কমিছনাৰ প্ৰাৰ্থীৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব, প্ৰাৰ্থী উত্তীৰ্ণ হ’ব লাগিব উচ্চতৰ মাধ্যমিক পৰীক্ষাত, এছ চি – এছ টি প্ৰাৰ্থী হ’ব লাগিব দশম শ্ৰেণীত উত্তীৰ্ণ,আগৰ খেতি কৰা আৰু কটাত নাথাকিব নিষেধাজ্ঞা, ৩৫ বিঘালৈকে ৰোৱা আৰু কটাত নালাগিব অনুমতি, গোলাঘাটত হ’ব আগৰৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰেড চেণ্টাৰ, ইউ পি এছ চি ৰ আৰ্হিত সংশোধন কৰা হ’ব এ পি এছ চি আইন, চাহ বাগিচাৰ পৰিয়ালে প্ৰতি মাহে পাব ২ কেজিকৈ বিনামূলীয়া চেনি, জলসম্পদত ‘থ্ৰী এফ’ত ৮০জন এ ই, ৭০ জে ই নিযুক্তিত অনুমোদন,
‘আপোন ঘৰ’ আঁচনিত ৰাজসাহায্য ২.৫ লাখলৈ বৃদ্ধি,
গুৱাহাটী পৌৰ নিগমত ৱাৰ্ডৰ সংখ্যা ৬০লৈ বৃদ্ধি,
পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৱাৰ্ডৰ সংখ্যা হ্ৰাস কৰিছিল ৩১লৈ।

About Staff Reporter

চাব পাৰে

মেঘালয় বিধান সভাৰ অধ্যক্ষ ডাংকুপাৰ ৰয়ৰ মৃত্যুত শোক

  ষ্টাফৰিপৰ্টাৰ ২৮ জুলাই :মেঘালয় বিধান সভাৰ অধ্যক্ষ ডঃ ডংকুপাৰ ৰয়ৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *