Wednesday , June 19 2019
Home / আঞ্চলিক / ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ সংবাদমেল

ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ সংবাদমেল

 

ষ্টাফৰিপৰ্টাৰ, ৫ ডিচেম্বৰ, ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ সংবাদমেল আজি অনুষ্ঠিত হয়। ‘মুঠ ৬৫.৫ শতাংশ ৩ বজালৈ মুঠ ভোটদান, দুই তিনিখন জিলাৰ এতিয়াও সংখ্যা অহা নাই।’-এই সংবাদমেলত মন্তব্য এইচ এন বৰাৰ। কিছু বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। চিহ্নৰ খেলিমেলিও হৈছে। ‘বিশ্বনাথ আৰু লখিমপুৰত ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণ হ’ব, ৭ ডিচেম্বৰত পুনৰ ভোটগ্ৰহণ হ’ব জিলাসমূহত, বহু স্থানত বহু লোকৰ ভোটাৰ তালিকাত নাম নাই, স্থানীয়ভাৱে ঠিক কৰা হৈছে।’- সংবাদমেলযোগে এই ঘোষণা বৰাৰ।

বিগত নিৰ্বাচনত তিনিটা পৰ্যায়ত ৭৬.৭৬ শতাংশ ভোটদান। এইবাৰো ৭০ শতাংশ আশা পোৱা নাই। গহপুৰত, তিতাবৰ আৰু যোৰহাটৰ কেইবাটাও স্থানত পুনৰ ভোটগ্ৰহণ কৰাৰ সম্ভাৱনা। ৩ বজালৈ শিৱসাগৰত ৮১ শতাংশ ভোটদান কৰা হৈছে। নিৰ্বাচন আয়োগত প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে নিৰ্বাচন আয়োগক অভিযোগ। নিয়মমতে ব্যৱস্থা কৰা হৈছে। এন আৰ চিৰ কাৰণে ভোটাৰ তালিকা প্ৰস্তুত কৰাত অসুবিধা হৈছে।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *