Wednesday , June 19 2019
Home / ৰাজনীতি / ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্‍ দাসৰ সংবাদমেল

ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্‍ দাসৰ সংবাদমেল

 

ষ্টাফৰিপৰ্টাৰ,১৯ মে”: ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্‍ দাসৰ সংবাদমেল দেওবাৰে অনুষ্ঠিত হয়।সংবাদমেলত তেঁও জু-ৰোডৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনাক গৰিহণা দিয়ে। তেওঁ লগতে কয় “৮ ঘণ্টাতে দুষ্কৃতিকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হল’।ৰাজ্যৰ গৃহ বিভাগক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
গ্ৰেণেড বিস্ফোৰণত বুদ্ধিজীৱী জড়িতৰ কথা প্ৰকাশ পাইছে। যদি সঁচা, তেন্তে অচিৰেই তদন্তৰ আওতালৈ আনক। হাউলীৰ ঘটনাত জড়িতক গ্ৰেপ্তাৰ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছোঁ। দুষ্কৃতিকাৰীৰ কোনো জাতি, নাথাকে ধৰ্ম নাথাকে’
কৰিমগঞ্জত বিজেপিৰ জয় হোৱা নিশ্চিত’। ৪ লাখ ৯৫ হাজাৰ ভোটত জয়ী হ’ব বিজেপিৰ প্ৰাৰ্থী’। ধুবুৰীত মিত্ৰজোটৰ প্ৰাৰ্থী জয় হোৱাৰ সম্ভাৱনা নাই’। কোকৰাঝাৰ সমষ্টিত পৰাজয় হ’ব মিত্ৰজোটৰ প্ৰাৰ্থীৰ’। কোকৰাঝাৰ সমষ্টিত পৰাস্ত হ’ব মিত্ৰজোঁটৰ প্ৰাৰ্থী’।বৰপেটাত এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই’।
এ আই ইউ ডি এফ-এ আঢ়ৈ লাখৰ তলত ভোট ভালে অগপ জয়ী হ’ব’।‘গুৱাহাটী সংসদীয় সমষ্টিত কুইন ওজাৰ জয় নিশ্চিত’। ‘

About Staff Reporter

চাব পাৰে

নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ

  ষ্টাফৰিপৰ্টাৰ, ৩০ মে’ : নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ। টেলিভিছনৰ বিতৰ্কলৈ মুখপাত্ৰ প্ৰেৰণ নকৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *