Monday , August 26 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সম্পৰ্কে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে বার্তালাপ

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সম্পৰ্কে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে বার্তালাপ

ষ্টাফৰিপৰ্টাৰ, ১৩ জুলাই, ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সম্পৰ্কে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ টেলিফোন যোগে বাৰ্তালাপ।
বাৰ্তালাপৰ সময়ত ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ শেহতীয়া বান পৰিস্থিতি সম্পৰ্কে বিতংভাৱে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক অৱগত কৰে।
বান পৰিস্থিতি মোকাবিলা কৰাৰ বাবে অসম চৰকাৰ সম্পূৰ্ণৰূপে সষ্টম হৈ থকাৰ কথা জনোৱাৰ লগতে মুখ্যমন্ত্ৰী সোনোৱালে বানপীড়িতক প্ৰদান কৰা সাহায্য তথা বানপীড়িতৰ উদ্ধাৰ অভিযানৰ সবিশেষ গৃহমন্ত্ৰী গৰাকীক অৱগত কৰে। কেন্ত্রীয় গৃহমন্ত্ৰী গৰাকীয়ে বান পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত অসম চৰকাৰক প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

About Staff Reporter

চাব পাৰে

মেঘালয় বিধান সভাৰ অধ্যক্ষ ডাংকুপাৰ ৰয়ৰ মৃত্যুত শোক

  ষ্টাফৰিপৰ্টাৰ ২৮ জুলাই :মেঘালয় বিধান সভাৰ অধ্যক্ষ ডঃ ডংকুপাৰ ৰয়ৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *