Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰাজ্যৰ ১ লাখ ভূমিহীন পৰিয়ালক শীঘ্ৰে ভূমি প্ৰদান কৰিব বিজেপি চৰকাৰে

ৰাজ্যৰ ১ লাখ ভূমিহীন পৰিয়ালক শীঘ্ৰে ভূমি প্ৰদান কৰিব বিজেপি চৰকাৰে

 

ষ্টাফৰিপৰ্টাৰ, ৪ ডিচেম্বৰ, ৰাজ্যৰ ১ লাখ ভূমিহীন পৰিয়ালক শীঘ্ৰে ভূমি প্ৰদান কৰিব বিজেপি চৰকাৰে। পাঠশালাত এই ঘোষণা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ। অগপ বিধায়ক পবিন্দ্ৰ ডেকাই নিজৰ ভোটটো যাতে কোনো কাৰণতে বিজেপিক নিদিয়ে তাৰ বাবেও আহ্বান জনায় ৰঞ্জিত দাসে।‍

About Staff Reporter

চাব পাৰে

কল্পৰ উদ্যোগত “কল্পবৃক্ষ”

  ষ্টাফ ৰিপোৰ্টাৰ।।। ২১ জানুৱাৰী।।। সাহিত্য, কলা- সংস্কৃতি আৰু সামাজিক সংহতিৰ প্ৰসাৰৰ অনুষ্ঠান কল্পই গুৱাহাটীত …

Leave a Reply

Your email address will not be published. Required fields are marked *