Monday , November 19 2018
শেহতীয়া খবৰ
Home / Uncategorized / ২০১৮-১৯ বৰ্ষৰ সাহিত্যিক-সাংবাদিক পেঞ্চন লাভ কৰা ব্যক্তিসকলৰ তালিকা…

২০১৮-১৯ বৰ্ষৰ সাহিত্যিক-সাংবাদিক পেঞ্চন লাভ কৰা ব্যক্তিসকলৰ তালিকা…

ষ্টাফৰিপোৰ্টাৰঃ ৰাজ্যৰ ৪৩গৰাকী সাহিত্যিকলৈ ২০১৮-১৯ বৰ্ষৰ সাহিত্যিক পেঞ্চন ঘোষণা সাহিত্যিক পেঞ্চনপ্ৰাপ্তসকল হ’ল ক্ৰমে ড০ উত্তম চন্দ্ৰ পাঠক (বৰপেটা), ইন্দ্ৰ প্ৰসাদ শইকীয়া (বিশ্বনাথ), ড০ শান্তনাময়ী মজুমদাৰ (বঙাইগাঁও), কে এন সিন্হা (কাছাৰ), এম এছ শাস্ত্ৰী (দৰং), পৃথুৰাম বৰুৱা (দৰং), নীলিমা চক্ৰৱৰ্তী (ধুবুৰী), জিতেন্দ্ৰনাথ চুতীয়া (ধেমাজি), ড০ পুষ্পধৰ গগৈ (ধেমাজি), গুণেশ্বৰ সোণোৱাল (ডিব্ৰুগড়), মুকুট দত্ত (ডিব্ৰুগড়), জ্যোতি বৰগোহাঁই (ডিব্ৰুগড়), ভৱকান্ত কোঁৱৰ (ডিব্ৰুগড়), অনিমা দেৱী (গোলাঘাট)। যোৰহাটৰ ৰীতাঞ্জলি পূজাৰী, ৰুণিমা বৰুৱা আৰু নীপেন দেউৰীলৈও সাহিত্যিক পেঞ্চন। গুৱাহাটীৰ দীনেশ কাকতি নাথ, মুৰলীধৰ দাস, ছফিউৰ ৰহমান শইকীয়া, ড০ ভূপেন্দ্ৰ ৰয় চৌধুৰী, তৰণীকান্ত পাঠক, মাধুৰী কলিতা চৌধুৰী, নীলিমা বৰা, দয়ানন্দ পাঠক, পংকজ ঠাকুৰ, ভূৱন চন্দ্ৰ কলিতা, মনজিত্‍ সিং, ড০ গণেশ পেগু, মহীধৰ ডেকা, ড০ নমিতা ডেকা, ৰত্নেশ্বৰ বসুমতাৰী, সুমন্ত চলিহা আৰু সুকুমাৰ বাগছীলৈও আগবঢ়োৱা হৈছে পেঞ্চন। মাজুলীৰ ফণীধৰ বৰা, নলবাৰীৰ ভৰত চন্দ্ৰ ডেকা, শিৱসাগৰৰ দিলীপ কুমাৰ বুঢ়াগোহাঁই, কামৰূপৰ পদ্মৰাম মহন্ত, ড০ ভুৱনেশ্বৰ ডেকা, হৰেন্দ্ৰ কলিতা, গোলাঘাটৰ ধৰ্মেশ্বৰ দুৱৰা, কাৰ্বি আংলঙৰ ৰূপছিং তেৰণ, কোকৰাঝাৰৰ বিদ্যাসাগৰ নাৰ্জাৰীলৈও সাহিত্যিক পেঞ্চন। সাহিত্যিকসকলক উচ্চ শিক্ষা সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ। ২০১৮ বৰ্ষৰ সাংবাদিক পেঞ্চন ঘোষণা আজি  ঘোষণা কৰা হয়।ৰাজ্যৰ ২০গৰাকী জ্যেষ্ঠ সাংবাদিকলৈ আগবঢ়োৱা হৈছে পেঞ্চন। মাহে ৮ হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব এইসকল সাংবাদিকে। সাংবাদিক পেঞ্চন লাভ কৰাসকল হ’ল ক্ৰমে ৰীণা চৌধুৰী (গুৱাহাটী), ৰূপহ চলিহা (তিনিচুকীয়া), নগেন বড়া (কাৰ্বি আংলং), অমিতাভ বৰুৱা (বিশ্বনাথ), বিনয় ভূষণ চৌধুৰী (কোকৰাঝাৰ), হাৰনুল ৰছিদ (লখিমপুৰ), প্ৰদীপ দত্ত (শিৱসাগৰ), মনোৰম বৰুৱা (যোৰহাট), নাউ দত্ত তালুকদাৰ (নলবাৰী), মৃণালমল্ল পাটোৱাৰী (বৰপেটা), ধনী বৰা (গুৱাহাটী), জ্যোতিৰিন্দ লাল গোস্বামী (কৰিমগঞ্জ), উপেন চন্দ্ৰ ডেকা (মৰিগাঁও), অৰুণ লোচন দাস (গুৱাহাটী), পৰেশ চন্দ্ৰ দত্ত (কাছাৰ), প্ৰফুল্ল কুমাৰ শৰ্মা (ডিব্ৰুগড়), হেমন্ত বৰ্মন (গুৱাহাটী), পাৰ্থপ্ৰতিম বৰুৱা (গুৱাহাটী), বেদব্ৰত লহকৰ (গুৱাহাটী) আৰু মুকুল কলিতা (গুৱাহাটী)।

About Staff Reporter

চাব পাৰে

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।   ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *