Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / সাহিত্য / ৰাফকুৱাষ্টিক” উন্মোচন

ৰাফকুৱাষ্টিক” উন্মোচন

 

ষ্টাফৰিপৰ্টাৰ, ৭ নৱেম্বৰ , বৃহস্পতিবাৰে ২১ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলা প্ৰাংগনত নৱপ্ৰজন্মৰ কবি ভাৰ্গৱ জ্যোতি বৰাৰ কবিতা পুথি “ৰাফকুৱাষ্টিক” উন্মোচন কৰা হয় ৷ পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে ৰশ্মিৰেখা বৰাই ৷ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে অংকুৰ তামুলী ফুকন আৰু চম্পক বৰবৰাৰ লগতে প্ৰকাশক ড৹ অমৃত কুমাৰ উপাধ্যায় ৷

About Staff Reporter

চাব পাৰে

লেখিকা, গল্পকাৰ বিনীশা দেৱীৰ নৱতম উপন্যাস” “ৰক্তৰাগ” উন্মোচন

  ষ্টাফৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰ ; লেখিকা গল্পকাৰ বিনীশা দেৱীৰ নৱতম উপন্যাস” ৰক্তৰাগ” দেওবাৰে গুৱাহাটী প্ৰেছ …

Leave a Reply

Your email address will not be published. Required fields are marked *