Saturday , January 25 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে টুইটাৰ হেণ্ডলত যুদ্ধৰ ইংগিত ক্রমাৎ ভয়ংকৰ যুদ্ধৰ দিশে আগবাঢ়িছে আমেৰিকা আৰু ইৰাণ

ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে টুইটাৰ হেণ্ডলত যুদ্ধৰ ইংগিত ক্রমাৎ ভয়ংকৰ যুদ্ধৰ দিশে আগবাঢ়িছে আমেৰিকা আৰু ইৰাণ

 

ষ্টাফৰিপোৰ্টৰ, ৫ জানুৱাৰী : ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে টুইটাৰ হেণ্ডলত যুদ্ধৰ ইংগিত
ক্রমাৎ ভয়ংকৰ যুদ্ধৰ দিশে আগবাঢ়িছে আমেৰিকা আৰু ইৰাণ। শুক্রবাৰে মাৰ্কিন ড্রোণ আক্রমণত ইৰাণৰ সামৰিক মুৰব্বী কাচেম চোলেমানি নিহত হোৱাৰ ২৪ ঘণ্টাৰ পিছতে বাগদাতস্থিত মাৰ্কিন দূতবাসত ৰকেট আক্রমণ চলাই ইৰাণে।সম্প্রতি মধ্যপ্রাচ্য অধিক উত্তপ্ত হৈ থকাৰ সময়তে মাৰ্কিন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে টুইটাৰ হেণ্ডলত আজি কয় ইৰাণে আমাক আক্রমণ কৰিছিল আমি প্রত্যুত্তৰ দিলো যদি তেওঁলোকে পুনৰ আক্রমণ কৰিব বিচাৰে আমি পৰামৰ্শ দিম এনে কাৰ্যৰ পৰা বিৰত থাকক নহলে অতি কঠোৰ আৰু অভূতপূৰ্ব প্রত্যুত্তৰ দিম আমি। মাৰ্কিন ৰাষ্ট্রপতিৰ এই টুইটে মধ্যপ্রাচ্যত যুদ্ধ নিশ্চিতৰ ইংগিত বহন কৰিছে বুলি মত প্রকাশ কৰিছে সমৰ বিশেষজ্ঞসকলে ।

About Staff Reporter

চাব পাৰে

কলকাতাত বৃহত্তৰ কলকাতা অসমীয়া সমাজৰ “কা” বিৰোধী প্ৰতিবাদ

  ষ্টাফৰিপৰ্টাৰ ২৪ ডিচেম্বৰ : জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থত সোমবাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ …

Leave a Reply

Your email address will not be published. Required fields are marked *