Thursday , April 25 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসম জীয়ৰী

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসম জীয়ৰী

 

ষ্টাফৰিপৰ্টেৰ: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসম জীয়ৰী। দেশৰ ২৫খন ৰাজ্যৰ সহস্ৰাধিক প্ৰতিযোগীৰ মাজত অসম তথা উত্তৰ-পূবক জিলিকালে ৰহাৰ সুষমা কোঁৱৰে। গ্লেমন মিচ প্ৰতিযোগিতাত শ্ৰেষ্ঠ কেটৱাৰ্ক প্ৰতিযোগী হিচাপে সন্মান অৰ্জন সুষমাৰ। ৰহাৰ ৰূপহীতলী গাঁৱৰ পৱিত্র কোঁৱৰ আৰু জুনু কোঁৱৰৰ তৃতীয় কন্যা সুষমা চণ্ডীগড়ৰ ইনষ্টিটিউট অব টেকনলজী মেনেজমেণ্টৰ এয়াৰ লাইনচ টুৰিজিমৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী।

About Staff Reporter

চাব পাৰে

ৰিপুণ বৰাৰ সংবাদমেল

  ষ্টাফৰিপৰ্টাৰ, ২৪ এপ্ৰিল, অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বুধবাৰে সংবাদমেলৰ আয়োজন কৰে।গুৱাহাটীৰ ৰাজীৱ …

Leave a Reply

Your email address will not be published. Required fields are marked *