Saturday , March 23 2019
Home / ক্ৰীড়া / ৰাষ্ট্ৰীয় পৰ্যায়ত অসম কন্যা অস্মিতা চলিহাৰ সাফল্য

ৰাষ্ট্ৰীয় পৰ্যায়ত অসম কন্যা অস্মিতা চলিহাৰ সাফল্য

 

ষ্টাফৰিপৰ্টাৰ, ১৬
ডিচেম্বৰ, ৰাষ্ট্ৰীয় পৰ্যায়ত অসম কন্যা অস্মিতা চলিহাৰ সাফল্য লাভ কৰিছে। অল ইণ্ডিয়া ছিনিয়ৰ ৰেংকিং বেডমেণ্টিনৰ ছিংগল্ছ শাখাত চেম্পিয়ন অস্মিতা। এয়াৰ ইণ্ডিয়াৰ আক্ৰশি কাশ্যপক ২১-১৪, ২১-১০ ছেটত হৰুৱালে অস্মিতাই। বাংগালুৰুত অনুষ্ঠিত হৈছে বেডমিণ্টন প্ৰতিযোগিতাখন।

About Staff Reporter

চাব পাৰে

নিউজিলেণ্ডৰ মছজিদলৈ গুলীবৰ্ষণ

  ষ্টাফৰিপৰ্টাৰ, ১৫ মাৰ্চ, নিউজিলেণ্ডৰ খ্ৰাইষ্টচাৰ্চস্থিত এটা মছজিদলৈ লক্ষ্য কৰি আজি ধাৰাসাৰ গুলীবৰ্ষণ কৰে দুৰ্বৃত্তই। …

Leave a Reply

Your email address will not be published. Required fields are marked *