Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / ৰাহুল গান্ধীৰ নাগৰিকত্ব বিতৰ্কৰ অৱসান

ৰাহুল গান্ধীৰ নাগৰিকত্ব বিতৰ্কৰ অৱসান

 

ষ্টাফৰিপৰ্টাৰ, ৯ মে’: ৰাহুল গান্ধীৰ নাগৰিকত্ব বিতৰ্কৰ অৱসান ঘটিছে। ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ে সকাহ দিছে। ৰাহুলৰ প্ৰাৰ্থীত্ব বাতিলৰ আবেদন খাৰিজ কৰা হৈছে। ৰাহুলৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰা হৈছে। ৰাহুল গান্ধী ব্ৰিটিছ নাগৰিক বুলি অভিযোগ কৰিছিল আবেদনকাৰীয়ে ।
গৃহমন্ত্ৰালয়েও ৰাহুলৰ পৰা বিচাৰিছিল উত্তৰ।
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে খাৰিজ কৰিলে আবেদন।
‘ৰাহুলৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তি নাই’।

About Staff Reporter

চাব পাৰে

ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই–মুমিনুল আৱাল

ষ্টাফৰিপৰ্টাৰ, ২৮ জুলাই: ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই বুলি মন্তব্য বিজেপিৰ ৰাজ্যিক …

Leave a Reply

Your email address will not be published. Required fields are marked *