Wednesday , March 20 2019
Home / Uncategorized / ৰিপুৰাক বাদ দি উত্তৰ-পূবৰ আন ৰাজ্যত কোনো প্ৰয়োজন নাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী

ৰিপুৰাক বাদ দি উত্তৰ-পূবৰ আন ৰাজ্যত কোনো প্ৰয়োজন নাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী

 

ষ্টাফৰিপৰ্টাৰ: ত্ৰিপুৰাক বাদ দি উত্তৰ-পূবৰ আন ৰাজ্যত কোনো প্ৰয়োজন নাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ। নৰ্থ ইষ্ট ষ্টুডেন্টছ অৰ্গেনাইজেচনৰ দাবী অমূলক আখ্যা দি নতুন দিল্লীত এই মন্তব্য জ্যেষ্ঠ অধিবক্তা উপমন্যু। হাজৰিকাৰ। লগতে অসমৰ এন আৰ চি বিসংগতিপূৰ্ণ, ৮০ লাখৰ ঠাইত ৪০ লাখ লোকহে ওলাল, এই সংখ্যা আৰু কমিব বুলিও ক’লে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। ত্ৰিপুৰাৰ বাদে উত্তৰ-পূবৰ আন ৰাজ্যত অবৈধ বিদেশীৰ সংখ্যা কম। তাত এন আৰ চি কৰিলে চক্ৰান্তৰে নাম অন্তৰ্ভুক্ত কৰাৰ সুবিধাহে পাব বিদেশীবোৰে। সেই ৰাজ্যসমূহত বিদেশী অইন ১৯৪৬ৰ অধীনত ১৯৪৮ চনৰ ১৯ জুলাইক ভিত্তি বৰ্ষ হিচাপে গণ্য কৰি বিদেশী চিনাক্তকৰণ কৰিলেই সমাধান হ’ব সমস্যাৰ। নতুন দিল্লীত এই মন্তব্য জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ।

About Staff Reporter

চাব পাৰে

আজিৰ চেলফি

পুৰ্নিমা ৰাভা,

Leave a Reply

Your email address will not be published. Required fields are marked *