Monday , January 20 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ৰিলায়েঞ্চ জিঅ’ৰ নতুন অফাৰ

ৰিলায়েঞ্চ জিঅ’ৰ নতুন অফাৰ

ষ্টাফৰিপৰ্টাৰ, ২৩ মাৰ্চ, এইবাৰ ৰিলায়েঞ্চ জিঅ’ৰ নতুনই নতুন অফাৰ আগবঢ়াইছে।
Xiaomi Redmi Go অফাৰ আগবঢ়াইছে। এই অফাৰত লাভ কৰিব ২২০০ টকা কেছবেক। তদুপৰি অফাৰত থাকিব ১০০ জিবি অতিৰিক্ত ডাটা। আজিৰে পৰা এই বিশেষ অফাৰ প্ৰযোজ্য হৈছে।

About Staff Reporter

চাব পাৰে

ভাৰতীয় গ্ৰাহকক পুৰস্কাৰ প্ৰাপ্ত তথ্যগত মনোৰঞ্জন প্ৰদানৰ বাবে কিশোৰ এয়াৰটেলৰ সহযোগিতা স্থাপন

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : ভাৰতী এয়াৰটেলে ভাৰতীয় গ্ৰাহকক মনোৰঞ্জন প্ৰদানৰ বাবে বুধবাৰে পুৰস্কাৰ প্ৰাপ্ত …

Leave a Reply

Your email address will not be published. Required fields are marked *