Tuesday , December 11 2018
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ৰিলায়েন্স জুৱেলছে গুৱাহাটীত মুকলি কৰিলে ইয়াৰ ফ্লেগশ্বিপ শ্ব’ৰুম

ৰিলায়েন্স জুৱেলছে গুৱাহাটীত মুকলি কৰিলে ইয়াৰ ফ্লেগশ্বিপ শ্ব’ৰুম

 

ষ্টাফ ৰূপোৰ্টাৰ,,,,,,,,৬ ডিচেম্বৰ।।।। ভাৰতৰ বিশ্বাস যোগ্য অন্যতম জুৱেলাৰী ব্ৰেণ্ড ৰিলাইন্স জুৱেলছে বৃহস্পতি বাৰে গুৱাহাটীৰ জি এছ ৰোডস্থিত খ্ৰীষ্টানবস্তিত মুকলি কৰে ফ্লেগশ্বিপ শ্ব ৰুম। এই শ্ব ৰুমটো মুকলি কৰে বলিউডৰ জনপ্রিয় মডেল তথা অভিনেত্ৰী য়ামী গৌতমে। এই শ্বৰুমতো মুকলি কৰি অভিনেত্ৰীগৰাকীয়ে কয় “মই ৰিলাইন্স জুৱেলছেৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হওঁ কাৰণ তেওঁলোকে প্ৰতিটো অনুষ্ঠান বাবে আকৰ্ষণীয় ৰেঞ্জৰ গহনা প্ৰদান কৰে আৰু এই ব্ৰেণ্ডটোৰ লগত জড়িত হব পাই মই অতি সুখী অনুভৱ কৰিছো।” উল্লেখ যে এক নতুন লুকেৰে নিৰ্মাণ কৰা এই শ্ব ৰুমত পৰম্পৰা গত আধুনিক সোন, হীৰা, মুকুতাৰ গহনা উপলব্ধ হব আৰু ২০১৯ ৰ প্ৰথম জানুৱাৰী পৰ্যন্ত গ্ৰাহকে হীৰাৰ অলংকাৰৰ ক্ষেত্ৰত ১০০% মেকিং চার্জত ৰেহাই লাভ কৰিব।

About Staff Reporter

চাব পাৰে

ছাঅ’মিয়ে গুৱাহাটীত মুকলি কৰিলে স্মাৰ্টফোন ৰেডমী নোট ৬ প্ৰ’

  ষ্টাফ ৰিপোৰ্টাৰ।।।।।,,,,, ৪ ডিচেম্বৰ।।। ভাৰতৰ ১ নম্বৰ স্মাৰ্টফোন ব্ৰেণ্ড ছাঅ’ মিয়ে গুৱাহাটীত মুকলি কৰিলে …

Leave a Reply

Your email address will not be published. Required fields are marked *