Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / ৰীমা দাসৰ চলচ্চিত্ৰলৈ আন এক কৃতিত্ব

ৰীমা দাসৰ চলচ্চিত্ৰলৈ আন এক কৃতিত্ব

 

ষ্টাফৰিপৰ্টাৰ,১৯ ডিচেম্বৰ, ৰীমা দাসৰ চলচ্চিত্ৰলৈ আন এক কৃতিত্ব। বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ ছবি ‘বুলবুল কেন ছিং’। ভিলেজ ৰকষ্টাৰ্ছৰ পিছতে নিৰ্মিত হৈছিল ছবিখন। সুখবৰৰ পিছতে উৎফুল্লিত পৰিচালিক ৰীমা দাস।

About Staff Reporter

চাব পাৰে

বৰঝাৰ বিমানবন্দৰত উপস্থিত বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰোৰা

ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী, বৰঝাৰ বিমানবন্দৰত উপস্থিত বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰোৰা। বিমানবন্দৰত অভিনেত্ৰীগৰাকীক উষ্ম আদৰণি …

Leave a Reply

Your email address will not be published. Required fields are marked *