Friday , April 3 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰেলৱে আৰক্ষীৰ সফলতা

ৰেলৱে আৰক্ষীৰ সফলতা

ৰেলৱে আৰক্ষীৰ সফলতা আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনত বিভিন্ন সময়ত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে যেনে দ্রুগছ গঞা আফিং নিচিনা নিচাজাতীয় দ্ৰব্য উদ্ধাৰ কৰি আহিছে কিন্তু আজি ৰেল আৰক্ষীৰ বিকেশ সফলতা চোৰাং সামগ্ৰী উদ্ধাৰ কৰে আজি ২৭মে , দেওবাৰে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ হাতীৰ দাঁত ৰেলৱে আৰক্ষীৰ বিকেশ সফলতা ( ডিআৰআইয়ে ) গুৱাহাটী ৰে’ল ষ্টেচনত অভিযান চলাই আজি দুজন লোকৰ আটক কৰা লগতে দুয়োজন ব্যক্তিৰ পৰা ৬ কেজি ওজনৰ ২৪ টুকুৰা হাতীৰ দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ধৃত লোক দুজনৰ নাম হল সুৰজ কুমাৰ দাস আৰু বদৰুল হুছেইন চোৰাং ব্যৱসায়ী দুজন উদ্ধাৰ হোৱা হাতীৰ দাঁত হোজাই পৰা নেপাললৈ নিয়াৰ পৰিকল্পনা কৰিছিল কিন্তু গুৱাহাটী ৰে’ল ষ্টেচনত নিয়মীয়া তালাচীৰ বাবে ধৃত লোক দুজনে ধৰা পৰে ৰেল আৰক্ষীৰ হাতত
উল্লেখ্য যে উদ্ধাৰ হোৱা হাতীৰ দাঁতৰ মূল্য ৩৫ লাক্ষাধিক টকা হ’ব আনুমানিক ।

About Staff Reporter

চাব পাৰে

বৰপেটা জিলাৰ পৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা ৮ জন ব্যক্তিৰ এজনৰো দেহত ধৰা নপৰিল কভিড ১৯ ৰ অৱস্থিতি

বৰপেটা জিলাৰ পৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা ৮ জন ব্যক্তিৰ এজনৰো দেহত ধৰা নপৰিল কভিড ১৯ …

Leave a Reply

Your email address will not be published. Required fields are marked *