Saturday , January 18 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / APS কবিতা দাসৰ আত্মগোপন

APS কবিতা দাসৰ আত্মগোপন

APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা APS কবিতা দাসৰ আত্মগোপন

গুৱাহাটীৰ প্ৰতিবেদক, ২১জুলাই, APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা APS কবিতা দাসৰ আত্মগোপন। ৮ দিনে কৰ্মক্ষেত্ৰত যোগদান কৰা নাই কবিতা দাসে৷ কবিতা দাসৰ মোবাইল ফোনো চুইটছ অফ৷ দুলীয়াজনত কৰ্মৰত আছিল 19 IRBnৰ DSP কবিতা দাস৷ ২৫ মে’ত হৈছিল কবিতা দাসৰ হস্তাক্ষৰ পৰীক্ষা৷ টেবুলেশ্যন শ্বীটত ডিব্ৰুগড় আৰক্ষীয়ে ধৰা পেলাইছিল বিসংগতি। কবিতা দাস সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীৰো ৰহস্যজনক স্থিতি৷ দিছপুৰৰ প্ৰভাৱশালী চক্ৰই কবিতা দাসক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ৷

About Staff Reporter

চাব পাৰে

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক, এতিয়াও মুকলি আকাশৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *