Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / Staff Reporter

Staff Reporter

কৰ’নাৰ বিৰুদ্ধে যুঁজত শিশু শিক্ষা সমিতি অসমৰ সাহাৰ্য*

  *পৰীক্ষা পৰিষদৰ সভাপতিয়ে দিলে দুই লাখ* ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল: সমগ্ৰ বিশ্বতে মানৱ জাতিৰ বাবে ভাবুকি হৈ পৰা কৰ’না মহামাৰীয়ে ভাৰতলৈও সংকট নমাই আনিছে। সম্প্ৰতি দেশত একৈশ দিনীয়া লক ডাউন অব্যাহত আছে যদিও নিতৌ এই ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। এই দুৰ্যোগৰ সময়ত দেশৰ প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে …

Read More »

সাতগাওঁ অঞ্চলত প্ৰশাসনৰ অনুমতি সাপেক্ষে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ তপন দাসৰ খাদ্য সামগ্ৰী বিতৰণ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : দিশপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সাতগাওঁ অঞ্চলত প্ৰশাসনৰ অনুমতি সাপেক্ষে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ তপন দাসে স্থানীয় ৰাইজৰ মাজত মঙলবাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। এই কাৰ্যসূচীৰ লগতে ৰাইজৰ মাজত সজাগতাৰ দিশটো আগত ৰাখি ছেনিটাইজাৰ, মাস্ক আদিও বিতৰণ কৰে অগপ নেতা জনে।

Read More »

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে মছজিদ-মন্দিৰ কবৰস্থান আৰু অন্যান্য ধর্মীয় অনুষ্ঠান বোৰত ২৪ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ সমূহীয়া ভাৱে নামাজ, প্ৰাৰ্থনা, কবৰ জিয়াৰত ইত্যাদি সাময়িক ভাৱে বন্ধ ৰখা হৈছে। লগতে গুৱাহাটী কবৰস্থান কমিটিৰ তৰফৰ পৰা অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী সমূহ …

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থাৰ “অসম আৰোগ্য নিধিলৈ” ৫০ হাজাৰ টকাৰ বৰঙণি

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ প্ৰতিৰোধ সংগ্রামৰ বাবে অসম চৰকাৰে জনোৱা আহ্বান অনুসৰি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থাই অসম আৰোগ্য নিধিলৈ ৫০ হাজাৰ টকাৰ বৰঙণি আগবঢ়ায়। সন্থাৰ সভাপতি টংকেশ্বৰ শর্মা পৰাশৰ আৰু সাধাৰণ সম্পাদক পদ্ম ধৰ ডেকাই কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সকলো ক্ষেত্ৰতে চৰকাৰক সহায়-সহযোগিতা আগবঢ়াবলৈ সন্থাৰ …

Read More »

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে মছজিদ-মন্দিৰ কবৰস্থান আৰু অন্যান্য ধর্মীয় অনুষ্ঠান বোৰত ২৪ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ সমূহীয়া ভাৱে নামাজ, প্ৰাৰ্থনা, কবৰ জিয়াৰত ইত্যাদি সাময়িক ভাৱে বন্ধ ৰখা হৈছে। লগতে গুৱাহাটী কবৰস্থান কমিটিৰ তৰফৰ পৰা অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী সমূহ …

Read More »

পাঁচ সহস্ৰাধিক দুখীয়া লোকৰ মাজত খাদ্য সামগ্রী বিতৰণ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : বিশিষ্ট সমাজ কৰ্মী ৰানা প্ৰতাপ তালুকদাৰৰ নেতৃত্বত সোমবাৰে পাঁচ সহস্ৰাধিক লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। বকো-ছয়গাৱৰ লগতে গুৱাহাটী মহানগৰীৰ বেলতলা, ভেটাপাৰাৰ বিষ্ণুমন্দিৰ ,গণেশ নগৰ আদি অঞ্চলৰ পাঁচ সহস্ৰাধিক লোকক সাহায্য প্ৰদান কৰে বেলতলা ভেটাপাৰাৰ স্থানীয় নিবাসী তথা বিশিষ্ট সমাজকৰ্মী ৰানা প্ৰতাপ তালুকদাৰে । …

Read More »

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও দেশ আৰু সমাজৰ স্বাৰ্থত নিজৰ দায়িত্বত নিয়োজিত হৈ থকা কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ অনুৰোধ জনাই মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ই – মেইল যোগে জাৰ্নেলিষ্ট ফেডাৰেচন অৱ আছামে (জাফা) এখন স্মাৰক পত্ৰ …

Read More »

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টুইটাৰ যোগে জনাইছে এই কথা। ত্ৰিপুৰাৰ ৪৫ বছৰীয়া এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। বৰ্তমান কোৰোণাত আক্ৰান্ত মহিলাগৰাকীক আগৰতলা চৰকাৰী চিকিত্‍সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

Read More »

এইচডিএফচি বেংকে পিএম কেয়াৰ্ছ পুঁজিৰ বাবে বৰঙণি সংগ্ৰহ কৰিবলৈ লাভ কৰিছে নিৰ্দেশ

  ষ্টাফৰিপৰ্টাৰ,,এপ্ৰিল।।।ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা যি কোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ তথা আক্ৰান্তসকলক সহায় কৰিবলৈ গঠন কৰা পিএম কেয়াৰ্ছ পুঁজিৰ বাবে বৰঙণি সংগ্ৰহ কৰিবলৈ নিৰ্দেশ লাভ কৰিছে এইচডিএফচি বেংকে। ব্যক্তিবিশেষ তেওঁলোকৰ সুবিধা হোৱাকৈ ঘৰৰ পৰাই ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু ডিজিটেল বেংকিং চেনেল ব্যৱহাৰ কৰি বৰঙণি আগবঢ়াব পৰিব। …

Read More »