Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / Breaking….. নলবাৰীৰ আৰক্ষীৰ জালত দুই  ইৰাণী চোৰ

Breaking….. নলবাৰীৰ আৰক্ষীৰ জালত দুই  ইৰাণী চোৰ

Breaking…..
নলবাৰীৰ আৰক্ষীৰ জালত দুই  ইৰাণী চোৰ।।

গৰু চুৰি আৰু গাড়ী চুৰি কাৰ্যত জড়িত দুই গভাইট চোৰ।
নলবাৰী আৰক্ষীৰ জালত পৰা দুই গভাইট চোৰ দুগৰাকী হল নাজিম আলি আৰু নজিবুৰ হ’ক ওৰফে সোনটৰা। ধৃত দুই চোৰৰ ঘৰ নলবাৰীৰ কলাকুচি আৰু মাকালদোৱাত ।
নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাৰ নেতৃত্বত আটক হয় দুই গভাইড চোৰ।
কিছুদিনৰ পৰা নলবাৰী আৰক্ষীৰ টোপনি হৰিছিল দুই চোৰে।
আৰক্ষীয়ে জনোৱা মতে অসমত প্ৰৱেশ কৰা বৃহৎ হিৰাণী চোৰৰ দলটোৰ সৈতে সু সম্পৰ্ক আছে দুই চোৰৰ।।
নলবাৰীৰ পৰা হিমাংশু কলিতা।।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *