Wednesday , January 29 2020
Home / আঞ্চলিক / Breaking বিশ্বনাথ আৰক্ষীৰ অভিযান

Breaking বিশ্বনাথ আৰক্ষীৰ অভিযান

Breaking
বিশ্বনাথ আৰক্ষীৰ অভিযান।গোপন সূত্ৰৰ পম খেদি বিশ্বনাথৰ DSP হেডকোৰ্টাৰ মোজাফৰ হুছেইনৰ নেতৃত্বত ডবকাৰ পৰা বিশ্বনাথৰ বালিপুখুৰী অভিমূখে আহি থকা এখন As 02L 2367 নম্বৰৰ ALTO গাড়ীত অভিযান চলাই চাইলেনচাৰ সহ এটা 3.3 ৰাইফল, বিশ জাই সজীব গুলী সহ চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয়।।আটক কৰা লোক কেইজন ক্ৰমে আহমদ আলি,ৰিণা বেগম,ইমৰান আলি আৰু হাচান আলি।ধৃত আটাইকেইজন একে পৰিয়ালৰ লোক বুলি জানিব পৰা গৈছে।

About Staff Reporter

চাব পাৰে

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *