Tuesday , January 28 2020
শেহতীয়া খবৰ
Home / Sports / Breaking ! ২০১৯ ক্ৰিকেট বিশ্বকাপৰ ভাৰতীয় দলত কোনে কোনে স্থান পালে

Breaking ! ২০১৯ ক্ৰিকেট বিশ্বকাপৰ ভাৰতীয় দলত কোনে কোনে স্থান পালে

 

ষ্টাফ ৰিপৰ্টাৰ : চলিত বছৰত অনুষ্ঠিত হব লগীয়া ক্ৰিকেট বিশ্বকাপৰ বাবে কিছুসময় পূৰ্বে ঘোষণা কৰা হৈছে ভাৰতীয় দলটো। দলটো হৈছে
বিৰাট কোহলি (অধিনায়ক)
ৰোহিত শৰ্মা,
শিখৰ ধাৱান,
বিজয় শংকৰ,
এম এছ ধোনি,
কেডাৰ যাদব,
হাৰ্ডিক পাণ্ডিয়া,
ৰবীন্দ্ৰ জাদেজা,
কুলদ্বীপ যাদব,
মহম্মদ ছামী,
জশপ্ৰীত বুমৰাহ,
যুছবেন্দ্ৰ চাহাল,
ভূৱনেশ্বৰ কুমাৰ,
কে এল ৰাহুল,
দিনেশ কাৰ্তিক।
উল্লেখ্য যে ভাৰতে প্ৰথমখন মেচ ৫ মেত খেলিব।

About Staff Reporter

চাব পাৰে

পাৱাৰ লিফটিঙত সুখ্যাতি অসমৰ মহিলাৰ

  ষ্টাফৰিপৰ্টাৰ, ৩ নৱেম্বৰ : পাৱাৰ লিফটিঙত সুখ্যাতি অসমৰ মহিলাৰ। অসমৰ দুই মহিলা পাৱাৰ লিফটাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *