Monday , August 26 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া

ক্ৰীড়া

বছৰৰ ষষ্ঠটো স্বৰ্ণপদক অৰ্জন হিমা দাসৰ

  ষ্টাফৰিপৰ্টাৰ, ১৮ আগষ্ট : স্বৰ্ণ কন্যা হিমা দাসে পুনৰ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ৩০০ মিটাৰ দৌৰত স্বৰ্ণ অৰ্জন কৰিছে হিমা দাসে। এথলেটিক মিটিংক ৰেইটাৰ ২০১৯ত এই সাফল্য ফিনলেণ্ডত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা । বছৰৰ ষষ্ঠটো স্বৰ্ণপদক অৰ্জন কৰে হিমা দাসে ।

Read More »

সদৌ অসম আন্ত: জিলা বক্সিং প্ৰতিযোগিতাত গোলাঘাটৰ বিশাল ৰাজবংশী শ্ৰেষ্ঠ বক্সাৰ খিতাপ

সদৌ অসম আন্ত: জিলা বক্সিং প্ৰতিযোগিতাত গোলাঘাটৰ বিশাল ৰাজবংশী শ্ৰেষ্ঠ বক্সাৰ খিতাপ : গোলাঘাট ,৫ আগষ্ট : বিগত মাহৰ ২৫ জুলাইৰ পৰা ২৭ জুলাইলৈকে সাৰ নগৰী নামৰূপত অনুষ্ঠিত হোৱা ৪০ সংখ্যক সদৌ অসম আন্ত: জিলা বক্সিং প্ৰতিযোগিতাত অসম এমেচাৰ বক্সিং সন্থা গোলাঘাট জিলা শাখাৰ বিশাল ৰাজবংশীয়ে সোণৰ পদক লাভ কৰে। …

Read More »

যােগ অলিম্পিয়াড অসমৰ নাম উজলালে চাবুৱাৰ তামান্না বৰুৱাই

  চাবুৱাঃ ২৮ জুনঃ ৰাজ্যিক যােগ অলিম্পিয়াড ২০১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ত দিল্লীত ১৮ জুন ৰ পৰা ২০ জুন লৈ অনুষ্ঠিত হোৱা প্রতিযোগিতা অসমৰ পৰা ১৬ জনে প্রতিযোগিতাত অংশ গ্রহণ কৰিছিল যদিও ৩২ খন ৰাজ্যৰ ভিতৰত অসমৰ পৰা ৪ জনীয়া ছোৱালী এটা দলে দ্বিতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ …

Read More »

আই পি এলত অৰ্ধশতকেৰে অভিলেখ ৰিয়ান পৰাগৰ

  ষ্টাফৰিপৰ্টাৰ,৪ মে’ : আই পি এলত অৰ্ধশতকেৰে অভিলেখ ৰচনা কৰিলে ৰিয়ান পৰাগে। আই পি এলত অৰ্ধশতক অৰ্জন কৰা সৰ্বকনিষ্ঠ খেলুৱৈ ৰিয়ান। দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৰ্ধশতক ৰিয়ানৰ। ১৭ আই পি এলত অৰ্ধশতকেৰে অভিলেখ ৰিয়ান পৰাগৰ৭ বছৰ ১৭৫ দিনত অৰ্ধশতক অৰ্জন অসম সন্তানৰ। ৪৯ বলত ৫০ ৰান কৰিলে ৰিয়ান পৰাগে । …

Read More »

সোণ আৰু ৰূপৰ পদকৰে উজ্বলিল উত্তৰ গুৱাহাটীৰ দুই ছাত্ৰ

ৰূপৰ পদকৰে উজ্বলিল উত্তৰ গুৱাহাটীৰ দুই ছাত্ৰ প্ৰীতম কিশোৰ বৰা আৰু মানস জ্যোতি বৰুৱা। পঙ্কজ নাথ, চাংসাৰি, ১৯ এপ্ৰিল : ৰাষ্ট্ৰীয় অপেন টাইকোৱানডো চেম্পিয়নশ্বিপত কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীস্হিত নৰ্থ গুৱাহাটী টাইকোৱানডো একাডেমিয়ে সোণ আৰু ৰূপৰ পদক অৰ্জনৰে বৃহৎ সাফল্য কঢ়িয়াই আনিছে । যোৱা ১৫ পৰা ১৮ এপ্ৰিললৈ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত …

Read More »

Breaking ! ২০১৯ ক্ৰিকেট বিশ্বকাপৰ ভাৰতীয় দলত কোনে কোনে স্থান পালে

  ষ্টাফ ৰিপৰ্টাৰ : চলিত বছৰত অনুষ্ঠিত হব লগীয়া ক্ৰিকেট বিশ্বকাপৰ বাবে কিছুসময় পূৰ্বে ঘোষণা কৰা হৈছে ভাৰতীয় দলটো। দলটো হৈছে বিৰাট কোহলি (অধিনায়ক) ৰোহিত শৰ্মা, শিখৰ ধাৱান, বিজয় শংকৰ, এম এছ ধোনি, কেডাৰ যাদব, হাৰ্ডিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, কুলদ্বীপ যাদব, মহম্মদ ছামী, জশপ্ৰীত বুমৰাহ, যুছবেন্দ্ৰ চাহাল, ভূৱনেশ্বৰ কুমাৰ, কে …

Read More »

শুভদ্বীপ ঘোষ কলকাতা নাইট ৰাইডাৰ্ছ দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্ব

  ষ্টাফৰিপৰ্টাৰ, ৬ এপ্ৰিল,অসম ৰঞ্জী দলৰ ফিল্ডিং প্ৰশিক্ষক তথা প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ শুভদ্বীপ ঘোষে আই পি এলৰ কলকাতা নাইট ৰাইডাৰ্ছ দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিছে। উল্লেখযোগ্য ইয়াৰ পূৰ্বে দিল্লী ডেয়াৰ ডেভিলছ দলৰো ফিল্ডিং প্ৰশিক্ষক আছিল শুভদ্বীপ ঘোষ।

Read More »

থাইলেণ্ডত ব্ৰঞ্জৰ পদক জিকিলে জামুগুৰিহাটৰ প্ৰাচুৰ্য্যকল্পই

জামুগুৰিহাটৰ পৰা জোন বৰা,১৯ মাৰ্চ:থাইলেণ্ডৰ ৰাজধানী বেংককত যোৱা ৮ মাৰ্চৰপৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় মাৰ্চিয়েল আৰ্টচ প্ৰতিযোগীতাত জামুগুৰিহাটৰ যুৱক প্ৰাচুৰ্য্যকল্প বৰুৱাই ব্ৰঞ্জৰ পদক অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ওৱৰ্ল্ড মুই থাই অৰ্গেনাইজেচন আৰু ওৱৰ্ল্ড মুই বৰাণ ফেডাৰেচনৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগীতাখনত বিশ্বৰ ৬৯ খন দেশৰ খেলুৱৈৱে অংশগ্ৰহণ …

Read More »