Monday , August 26 2019
শেহতীয়া খবৰ
Home / ফেশ্যন

ফেশ্যন

ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিলে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে ফেশ্বনৰ পৃথিৱীত এজাক মূক বধিৰ কিশোৰ-কিশোৰী

  ষ্টাফৰিপৰ্টাৰ, ১৪ আগষ্ট : প্ৰবল আত্মপ্ৰত্যয়েৰে ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিলে এদল বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে । সকলো বাধাগ্ৰস্ততাক নেওচি ফেশ্বনৰ পৃথিৱীত এজাক মূক বধিৰ কিশোৰ-কিশোৰীৰ আত্মবিশ্বাসভৰা খোজত মূক হৈ পৰিল দৰ্শক । কেৱল ৰেম্পতেই নহয়, বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা নাটকৰ দৃশ্যই আৱেগিক কৰি তুলিলে উপস্থিত লোকসকলক । বেচৰকাৰী …

Read More »

মিষ্টাৰ ইণ্টাৰনেশ্বনেলত ভাৰতক প্ৰতিনিধিত্ব কৰিব লোকানন্দ ক্ষেত্ৰিমায়ুমে

  ষ্টাফ ৰিপোৰ্টাৰ,,,, ১৩ জুলাই।।। গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ৮ আগষ্টত অনুষ্ঠিত হোৱা দশম গাৰ্ণিয়াৰ মেন মেগা নৰ্থ ইষ্ট- ২০১৯ ত মিষ্টাৰ নৰ্থ ইষ্ট খিতাপ বিজয়ী মণিপুৰৰ লোকনন্দ ক্ষেত্ৰিমায়ুমে আগন্তক মিষ্টাৰ ইণ্টাৰনেশ্বনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। সোমবাৰে হোটেল ৰেডিশ্বন ব্লুত সাংবাদিকৰ সৈতে হোৱা এক মত বিনময় অনুষ্ঠানত এই বিষয়ে সদৰী …

Read More »

সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন

  ষ্টাফ ৰিপোৰ্টাৰ,,,,,২ আগষ্ট উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজক মেগা এন্টাৰটেইনমেন্টৰ ১৭ সংখ্যক ছানছিল্ক- মেগা মিছ নৰ্থ ইষ্ট আৰু দশম গাৰ্নিয়াৰ মেন- মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে ৮ আৰু ৯ আগষ্টতত আইটিএ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত সন্ধিয়া ৭ বজাৰ পৰাঅনুষ্ঠিত হ’ব। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন …

Read More »

জে ডি বাৰ্ষিক ডিজাইন বঁটা ২০১৯ ত জে ডি ইনষ্টিটিউট অৱ ফেশ্যন টেকন’লজী গুৱাহাটীৰ ফেশ্যন আৰু উদ্ভাৱনৰ উদযাপন

  ষ্টাফ ৰিপোৰ্টাৰ,,,,২o জুলাই।। উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ ডিজাইন ইনষ্টিটিউট জে ডি ইনষ্টিটিউট অৱ ফেশ্যন টেকন’লনজীয়ে গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ প্ৰেক্ষাগৃহত শনিবাৰে জে ডি বাৰ্ষিক বঁটা অনুষ্ঠিত কৰে। বছৰি অনুষ্ঠিত হোৱা এই বাৰ্ষিক বঁটা প্ৰদান কাৰ্যসুচীত প্ৰতিষ্ঠান খনৰ ৫০ গৰাকী শিক্ষৰ্থীয়ে ডিজাইন কৰা ৭০ বিধ বস্ত্ৰ প্ৰদৰ্শন কৰা হয়। …

Read More »

শুৱালকুছিত প্ৰথম বাৰৰ বাবে সৌন্দৰ্য্য প্ৰতিযোগিতা সম্পন্ন

শুৱালকুছিত প্ৰথম বাৰৰ বাবে সৌন্দৰ্য্য প্ৰতিযোগিতা সম্পন্ন। অৰ্চনা বৰদলৈক মিছ আৰু বিপ্লৱ দাসক মিষ্টাৰ শুৱালকুছিৰ খিতাপ। পঙ্কজ নাথ, চাংসাৰি, ২০ জুলাই : বস্ত্ৰনগৰী শুৱালকুছিত পোনপ্ৰথম বাৰৰ বাবে ষ্টাৰ ক্ৰিয়েচনৰ উদ্যোগত ৪ দিনৰ কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এখনি সৌন্দৰ্য্য প্ৰতিযোগিতা । শুৱালকুছিৰ শ্ৰীমন্ত শংকৰদেৱ নাটঘৰত কেইদিন পূৰ্বে এই সৌন্দৰ্য্য প্ৰতিযোগিতা খনি আড়ম্বৰপূৰ্ণ …

Read More »

ৱিন্টাৰা ফেষ্টিভ ২০১৯ সংস্কৰণৰ মডেল অডিশ্যন

  ষ্টাফৰিপৰ্টাৰ, ১৫ জুলাই, ভাৰতৰ বহু প্ৰত্যাশী ফেশ্বন মঞ্চ লেক্ মে’ ফেশ্বন ৱিকৰ ৱিন্টাৰা ফেষ্টিভ ২০১৯ সংস্কৰণৰ মডেল অডিশ্যন সোমবাৰে গুৱাহাটীৰ ভিভেণ্টাত অনুষ্ঠিত হয়। এই অডিশ্যনৰ জৰিয়তে ফেশ্বন উদ্যোগ বিশেষজ্ঞসকলে শিলচৰৰ ছুনি সিংহ আৰু ৰাজস্থানৰ নেইনা শ্বেখক লেকমে ফেশ্বন উইকৰ বাবে নিৰ্বাচিত কৰে। তেওঁলোকে ২১ৰ পৰা ২৫ আগষ্টলৈ মুম্বাইৰ ছেইণ্ট …

Read More »

সৌন্দৰ্য  প্ৰতিযোগিতাৰ আয়োজন

            ষ্টাফ ৰিপোৰ্টাৰ,,,,,৭ জুলাই।।।। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ সৌন্দৰ্য  প্ৰতিযোগিতাৰ আয়োজক মেগা এন্টাৰটেইনমেন্টে দেওবাৰে টি-চিৰীজ ষ্টেজৱৰ্কছত সপ্তদশ ছানছিল্ক- মেগা মিছ নৰ্থ ইষ্ট আৰু দশম গাৰ্নিয়াৰ মেন- মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ অডিচনৰ আয়োজন কৰে। দেওবাৰে এই প্ৰতিযোগিতাদ্বয়ৰ  অডিচনৰ  অন্তিম আছিল। অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক- যুৱতীয়ে এই …

Read More »

এংগেজ নৰ্থ ইষ্ট ডিভা ২০১৯

  ষ্টাফ ৰিপোৰ্টাৰ,,,৫জুলাই।।। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত পঞ্চম বৰ্ষৰ বাবে “এংগেজ নৰ্থ ইষ্ট ডিভা (২০১৯)” অনুষ্ঠিত হ’ব। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সুন্দৰী যুৱতী সকলক সৌন্দৰ্য্যৰ ক্ষেত্ৰত এখন মঞ্চ দিয়াৰ বাবে  এই সৌন্দৰ্য্য প্রতিযোগিতাৰ আয়োজন কৰি অহা হৈছে। শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলযোগে এই কথা সদৰী কৰে প্ৰাইড ইষ্ট …

Read More »