Wednesday , January 29 2020
Home / মহানগৰ

মহানগৰ

গণেশ চতুৰ্থী পালন

  ষ্টাফৰিপোৰ্টাৰ, ২৮ জানুৱাৰী : আজি গণেশ চতুৰ্থী পালন কৰা হয়। সিদ্ধিদাতা গণেশৰ আৰাধনাৰে বন্দিত হৈ পৰে চৌদিশ। বিভিন্ন গণেশ মন্দিৰত আজি পুৱাৰে পৰা ভক্তৰ সমাগম হয়। গণেশগুৰিৰ গণেশ মন্দিৰতো উখল মাখল – পৰিবেশৰ সৃষ্টি হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ গণেশ মন্দিৰ সমূহৰ লগতে গণেশগুৰি স্থিত গণেশ মন্দিৰতো …

Read More »

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

  ষ্টাফৰিপৰ্টাৰ,,,,,,২৭ জানুৱাৰী গুৱাহাটীৰ আঠগাঁও স্থিত মাৰোৱাৰী হাস্পতালৰ উদ্যোগত সোমবাৰে গুৱাহাটীৰ ধীৰেনপাৰাস্থিত কাটাবাৰীত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত মুঠ ২৪০ গৰাকী লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ডায়েবেটিক স্ক্ৰীনিঙ কৰাৰ উপৰিও ৰক্তচাপ, ওজন জোখাৰ লগতে বিভিন্ন পৰামৰ্শ আগবাঢ়োৱা হয়। লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা …

Read More »

ঈশান আৰু ইভানৰ স্মৃতিত শোকসভা

  ষ্টাফৰিপোৰ্টাৰ ২৮ জানুৱাৰী : গুৱাহাটীৰ বেলতলা বাৰলেছস্থিত নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেচনৰ উদ্যোগত ২৪ জানুৱাৰীত ঈশান আৰু ইভানৰ স্মৃতিত এখন শোকসভা অনুষ্ঠিত কৰা হয়। আনহাতে ২৬ জানুৱাৰীত ফাউণ্ডেচনৰ উদ্যোগত ঈশান আৰু ইভানৰ স্মৃতিত এখন শোকসভা অনুষ্ঠিত কৰাৰ লগতে নাম-প্ৰসংগ কৰা হয়। শোকসভাৰ আৰম্ভণিতে ঈশান আৰু ইভানৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি …

Read More »

পঞ্চম বাৰ্ষিক উত্তৰ-পূৰ্বাঞ্চল আন্তৰ্জাতিক “ফেশ্বন সপ্তাহ”

  ষ্টাফৰিপোৰ্টাৰ ২৭ জানুৱাৰী : পঞ্চম বাৰ্ষিক উত্তৰ-পূৰ্বাঞ্চল আন্তৰ্জাতিক “ফেশ্বন সপ্তাহ” কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পাঞ্জাৱাৰীস্থিত শিল্পগ্ৰামত অনুষ্ঠিত কৰা হ’ব । ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষে আয়োজন কৰা এই “ফেশ্বন সপ্তাহ” সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ’ব। এইবাৰ “শ্বেলতাৰ ফৰ এনিমেলছ” ( shelter for animals) বিষয় লৈ আয়োজন কৰা হৈছে। এই …

Read More »

গণৰাজ্য দিৱসৰ দিনা “সংবিধান সুৰক্ষা দিৱস” পালন

  চৰকাৰ খনে ধর্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰি সংবিধানৰ অন্যতম মূল কাথামৌ ধৰ্মনিৰপেক্ষতা নৎস্যা কৰিছে—ড০ হীৰেন গোহাঁই ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : “কেন্দ্ৰত শাসনাধি ষ্ঠিত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰখনে ভাৰতৰ সংবিধানৰ প্ৰতি গভীৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে–এই ভাষ্য বিশিষ্ট বুদ্ধিজীৱী, নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমৰ সভাপতি ড০ …

Read More »

বৰবাৰীত মে-ডাম- মে-ফীৰ আয়োজন

  ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো চলিছে মে-ডাম মে-ফীৰ ব্যাপক প্ৰস্তুতি।এইবাৰ বৃহত্তৰ হেঙেৰাবাৰী মে-ডাম-মে-ফী উদযাপন সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হব মে-ডাম-মে-ফী। ৩০আৰু ৩১জানুৱাৰীত, হেঙেৰাবাৰী,জাপৰিগোগ,চচল,দ্বাৰকানগৰ,গনেশগুৰিকে ধৰি বিভিন্ন অঞ্চলৰ ৰাইজ একলগ হৈ দুদিনীয়া কাৰ্যসূচীৰে বৰবাৰীৰ ৰাজধানী টাই আহোম কলা সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুস্থিত …

Read More »

পাঞ্জাবাৰীত গণৰাজ্য দিবস পালন

  ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : দেশৰ ৭১ সংখ্যক গনৰাজ্য দিৱস অন্যান্য প্ৰান্তৰ লগতে দেওবাৰে গুৱাহাটীৰ পাঞ্জাবাৰী পথৰ মঞ্জুশ্ৰী এপাৰ্টমেনটৰ আৱাসী সকলে পালন কৰে।৷গণৰাজ্য দিৱস উপলক্ষে পূৱা পতাকা উত্তোলন কৰে মঞ্জুশ্ৰী এপাৰ্টমেনটৰ মোস্তাক আহমেদে ৷ তদুপৰি এপাৰ্টমেনটৰ মহিলা, কণ কণ শিশু সকলে দেশপ্ৰেমমূলক গীত পৰিবেশন কৰাৰ লগতে শিশু সকলৰ মাজত চিত্ৰাংকন …

Read More »

বৰ্ণমালা কাব্যগোষ্ঠীৰ গ্ৰন্থ উন্মোচনী সভা

  ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : সদৌ অসম কবি সন্মিলনৰ শাখা বৰ্ণমালা কাব্যগোষ্ঠী পাঞ্জাৱৰী, গুৱাহাটীৰ উদ্যোগত শিখা বেজবৰুৱা গোস্বামীৰ দ্বিতীয় খন কাব্যগ্ৰন্থ “মন গ’লেই উটি যাব নোৱাৰি” উন্মোচনী আৰু কবিতা পাঠৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জুৰিপাৰস্থিত বিপণন ক্ষেত্রত ৯ ফেব্ৰুৱাৰীৰ বিয়লি ৩ বজাৰ পৰা এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এই কাব্য …

Read More »

শ্ৰী শংকৰদেৱ নেত্ৰালয় প্ৰাংগণত ৭১ সংখ্যক গণৰাজ্য দিৱস পালন

  ষ্টাফৰিপোৰ্টাৰ, ২৬ জানুৱাৰী : দেশৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীস্থিত উত্তৰ-পূৱ ভাৰতৰ অগ্ৰণী চকু চিকিৎসা প্ৰতিষ্ঠান শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ প্ৰাংগণতো অতি উৎসাহেৰে ৭১সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয়। পুৱা ৭.১৫ মিনিটৰপৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট লেখক, সাহিত্য সমালোচক তথা অনুবাদক তিলোত্তমা মিশ্ৰ। সভাৰ …

Read More »

প্লাষ্টিকৰ পতাকাৰ পৰিবৰ্তে আকাশত উৰিব থলুৱা শিপিনীয়ে বোৱা জাতীয় পতাকা গণৰাজ্য দিৱসলৈ সাজু জাতীয় পতাকা

  ষ্টাফৰিপোৰ্টাৰ, ২৫ জানুৱাৰী: আগন্তুক গণৰাজ্য দিৱসৰ প্রাকক্ষণত আৰক্ষী প্ৰশাসনৰ লগতে অত্যধিক ব্যস্ত হৈ পৰিছে অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ড৷ ইতিমধ্যে অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডত অসমীয়া শিপিনীয়ে বোৱা পতাকা নির্মাণৰ কাম চলাই থকা হৈছে । সৰু বৰ বিভিন্ন আকাৰত প্ৰস্তুত কৰা হৈছে পতাকা সমূহ ।বিগত বছৰৰ দৰে এইবাৰো প্রায় …

Read More »