Friday , May 24 2019
শেহতীয়া খবৰ
Home / Beauty

Beauty

ভেনিছা প’ঞ্চ দি লিয়নৰ শিৰত মিছ ৱৰ্ল্ড ২০১৮ৰ মুকুট

  ষ্টাফৰিপৰ্টাৰ, ৮ ডিচেম্বৰ, মেক্সিকোৰ সুন্দৰী ভেনিছা প’ঞ্চ দি লিয়নৰ শিৰত মিছ ৱৰ্ল্ড ২০১৮ৰ মুকুট। ২০১৭ বৰ্ষৰ মিছ ৱৰ্ল্ড ভাৰতৰ মানুষী চিল্লৰে প্ৰদান কৰে এই সন্মান। চীনত অনুষ্ঠিত হৈছিল ৬৮সংখ্যক মিছ ৱৰ্ল্ড ২০১৮ প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ শীৰ্ষ ১২গৰাকীৰ মাজত অন্তৰ্ভুক্ত হোৱাত ব্যৰ্থ হয় ভাৰতৰ প্ৰতিযোগী অনুকৃতি ব্যাস।

Read More »

আজিৰ চেলফি ….

জিমি দাস, মালিগাঁও, গুৱাহাটী।   (আহ্বানঃ আ্মাৰ এই শিতানটোত আপোনাৰ ফটো প্ৰকাশৰ বাবে ৭০৮৬৭৬৩৪৩১, ৭০০২৮২৩৩১৮ নম্বৰলৈ অথৱা firstnewsreport@gmail.com লৈ নাম, ঠিকনা, হবি, পেছা অথবা শিক্ষানুষ্ঠানৰ নাম, যোগা়যোগ নম্বৰসহ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালো। ৱেৱচাইটত ভিজিটৰৰ সঁহাৰি লাভ কৰা শ্ৰেষ্ঠ ফটোৰ গৰাকীক চেপ্তেম্বৰত অনুষ্ঠিত হ’বলগা এচেৰেঙা লিডাৰশ্বিপ এৱাৰ্ড অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হ’ব।)

Read More »

আজিৰ মডেল(শিশু)

ফাৰ্ষ্ট নিউজ ৰিপৰ্টে আৰম্ভ কৰিছে এই নতুন শিতান। এই শিতানত শিশু, পুৰুষ, মহিলা আদি বিভিন্ন বয়সৰ ফেশ্বন জগতৰ প্ৰতি আকৰ্ষিত ব্যক্তিক সংক্ষিপ্ত ধৰণে তুলি ধৰা হয়। আপুনিও নিজকে ইয়াত প্ৰতিফলিত কৰিব পাৰে এগৰাকী ম’ডেল ৰূপে। শ্ৰেষ্ঠ মডেলক আমাৰ ফালৰ পৰা পুৰস্কৃত কৰা হ’ব। লগতে পৰৱৰ্তী পৰ্যায়ৰ সফলতাৰ বাবে উপযুক্ত মঞ্চ …

Read More »

লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী ইম্ফলৰ জীয়ৰী ডানুবে থাংজাম।

লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী ইম্ফলৰ জীয়ৰী ডানুবে থাংজাম। গুৱাহাটীৰ প্ৰতিবেদক 16 জুন।।। লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী ইম্ফলৰ জীয়ৰী হৈছে ডানুবে থাংজাম।প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ–আপ গুৱাহাটীৰ জিজ্ঞাসা কাশ্যপ আৰু দ্বিতীয় ৰানাৰ্ছ–আপৰ খিতাপ লাভ কৰে গুৱাহাটীৰ অনুষ্কা লেখাৰুৱে। গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক …

Read More »