Monday , November 19 2018
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য

ব্যৱসায়-বাণিজ্য

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।   ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ লাচিতনগৰস্থিত কেজুৱেল ডাইনিং ৰেষ্টোৰা বাৰ্বিকিউ নেচনে এক মেকঅভাৰৰ জৰিয়তে  নতুন লগ’ মুকলি কৰে। শুকুৰবাৰে  এই উপলক্ষে অনুষ্ঠিত এখন সংবাদমেল যোগে এই কথা সদৰী কৰি ইষ্ট ইণ্ডিয়া বাৰ্বিকিউ নেচন হস্পিটিলেটি লিমিটেডৰ সঞ্চালক সুমন মুখাজীয়ে। তেওঁ কয় …

Read More »

হোৱাইট নাইট ইনষ্টিটিউটে লৈ আনিছে এমহীয়া, তিনি মহীয়া আৰু ছয়মহীয়া পাঠ্যক্ৰম

ষ্টাফ ৰিপোৰ্টাৰ : পটোগ্ৰাফী, মেকআপ, ষ্টাইলিং তথা মডেলিংৰ প্ৰতি আগ্ৰহী সকলৰ বাবে হোৱাইট নাইট ইনষ্টিটিউটে লৈ আনিছে এমহীয়া, তিনি মহীয়া আৰু ছয়মহীয়া পাঠ্যক্ৰম। গুৱাহাটীৰ মহানগৰীৰ ৰাধা গোবিন্দ বৰুৱা পথত থকা ৰাজধানী নাৰ্ছাৰী সংলগ্ন মাণিক নগৰৰ চাৰি নং উপ পথৰ ২৩ নং গৃহত ৭ অক্টোবৰৰ পৰা এই পাঠ্যক্ৰম সমূহৰ পাঠদান আৰম্ভ …

Read More »

ভিভোৰ শেহতীয়া স্মাৰ্ট ফোন “V11 Pro” মুকলি

  ষ্টাফ ৰিপোৰ্টাৰ: দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান ভিভোয়ে সোমবাৰে মুকলি কৰিলে ২৫ এম পি যুক্ত এ আই কেমেৰা, ৬ কে জি ৰেম +৬৪ জি বি মেম’ৰি কাৰ্ড সমবৃদ্ধ তেওঁলোকৰ শেহতীয়া স্মাৰ্ট ফোন “V11 Pro”। সোমা বাৰে গুৱাহাটীত আয়োজন কৰা এক অনুষ্ঠানত এই ফোনটো মুকলি কৰে ভিভোৰ অসমৰ উপ মহাপ্ৰবন্ধক পাৰ্থপ্ৰতিম হাজোৱাৰী …

Read More »

ডিচেম্বৰৰ ভিতৰত সলনি কৰিব লাগিব আপোনাৰ এটি এম কাৰ্ড।

বিমুদ্ৰাকৰণৰ দৰে আকৌ বেংকত শাৰী পাতিবলৈ সাজু হঁওক ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ সময়ত ৫০০-১০০০ টকীয়া সলাবলৈ বেংকত শাৰী পতাৰ দৰেকৈ এইবাৰ শাৰী পাতিব লাগিব এটিএম কাৰ্ডৰ বাবে। ৰিজাৰ্ভ বেংকৰ এক নিৰ্দেশৰ পিছতে এতিয়া বেংকসমূহে গ্ৰাহকসকলক অহা ৩১ ডিচেম্বৰৰ ভিতৰত মেগনেটিক ষ্ট্ৰীপযুক্ত এটিএম তথা ডেবিট কাৰ্ড সলনি কৰি ইএমভি চিপ আৰু পিনযুক্ত …

Read More »

বঙালী ৰেস্তোৰাঁ ৬ বলীগঞ্জ প্লেছে আৰম্ভ  ইলিছ ফেষ্টিভেল

ষ্টাফৰিপোৰ্টাৰ, ২৩আগষ্ট, খাদ্য ৰসিকৰ বাবে সুখবৰ। কিয়নো প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীৰ জনপ্ৰিয় বঙালী ৰেস্তোৰাঁ ৬ বলীগঞ্জ প্লেছে আৰম্ভ কৰিব লৈছে ইলিছ ফেষ্টিভেল। বৃহস্পতি বাৰে ৰেস্তোৰাঁ খনত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰি ৰেস্তোৰাঁ খনৰ সঞ্চালক চেফ সুশান্ত সেনগুপ্তই কয় “এইবাৰ আমি কিছুমান ইলিছ মাছৰ নতুন ৰেচিপি লৈ আনিছোঁ। আমি …

Read More »

গুৱাহাটীত "ইন টাচ'ৰ দ্বিতীয় টো শ্বৰুম মুকলি

গুৱাহাটীত “ইন টাচ’ৰ দ্বিতীয় টো শ্বৰুম মুকলি গুৱাহাটীৰ প্ৰতিবেদক ২১ জুলাই,,,,,।।।।। গুৱাহাটী মহানগৰীৰ উলুবাৰীত শনিবাৰে মুকলি কৰা হয় মাল্টি মোবাইল প্ৰতিষ্ঠান ইন টাচৰ দ্বিতীয়টো শ্বৰূম। এই শ্বৰুমটো মুকলি কৰে বিশিষ্ট সমাজ সেৱিকা সুমন বাথ্ৰাই। বিভিন্ন ধৰণৰ ব্ৰেণ্ডৰ মোবাইল শ্বৰুমটোত উপলব্ধ হোৱাৰ লগতে গ্ৰাহকে নিজৰ পছন্দ অনুসৰি অতি কম মূল্যত অত্যাধুনিক …

Read More »

যোৰাবাটত মুকলি হ'ল "কেফে ন'হোৱেৰ"

যোৰাবাটত মুকলি হ’ল “কেফে ন’হোৱেৰ” গুৱাহাটীৰ প্ৰতিবেদক,,,,.৬ জুন।।।। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যক ন ৰূপ দিয়াৰ উদ্দেশ্যে আজিৰ পৰা মুকলি হ’ল অত্যাধুনিক খাদ্য সম্ভাৰেৰে ভৰপূৰ কেফে ন”হোৱেৰ। এই উপলক্ষে আজি আয়োজন কৰা সংবাদমেলত বিশিষ্ট অতিথি হিচাবে থাকে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা। অনুষ্ঠান উদ্বোধন কৰি তেওঁ কয়—-অসমীয়া খাদ্যই …

Read More »

উত্তৰ -পূব ভাৰতৰ বজাৰত টি ভি এছ মটৰ কোম্পানীৰ নতুন টি ভি আপাচি আৰ টি ১৬০ ৪ভি মুকলি

উত্তৰ -পূব ভাৰতৰ বজাৰত টি ভি এছ মটৰ কোম্পানীৰ নতুন টি ভি আপাচি আৰ টি ১৬০ ৪ভি মুকলি গুৱাহাটীৰ প্ৰতিবেদক, ৫জুলাই, উত্তৰ -পূব ভাৰতৰ বজাৰত টি ভি এছ মটৰ কোম্পানীৰ নতুন টি ভি আপাচি আৰ টি আৰ ১৬০ ৪ভি বৃহস্পতিবাৰে মহানগৰীৰ তাজ ভিৱান্তা হোটেলত মুকলি কৰা হয়। প্ৰিমীয়ম টু হুইলৰাচ …

Read More »

ছাঅ'মিয়ে গুৱাহাটীত মুকলি কৰিলে ৰেডমি স্মাৰ্টফোনৰ নতুন শৃংখলা।

ছাঅ’মিয়ে গুৱাহাটীত মুকলি কৰিলে ৰেডমি স্মাৰ্টফোনৰ নতুন শৃংখলা। গুৱাহাটীৰ প্রতিবেদক,,,।।। ২৯জুন ,,,,,স্মাৰ্টফোন ব্ৰেণ্ড ছাঅ’মিয়ে শুকুৰবাৰে গুৱাহাটীত ইয়াৰ জনপ্ৰিয় ৰেডমি ছিৰিজৰ পৰা বিভিন্ন স্মাৰ্টফোন মুকলি কৰে। এই উপলক্ষে শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেল যোগে ছাঅ’মিৰ উপ-সভাপতি আৰু ছাঅ’মি ইণ্ডিয়াৰ পৰিচালন সঞ্চালক মনু জৈনে ‘ৰেডমি ৱাই ২’ মুকলি কৰে। সংবাদমেলযোগে ছাঅ’মিৰ উপ …

Read More »

ফেট বেলীৰ তৃতীয়খন আউটলেট মুকলি

ফেট বেলীৰ তৃতীয়খন আউটলেট মুকলি গুৱাহাটীৰ প্ৰতীবেদক,।২৪ জুন।।।,,,,, গুৱাহাটী মহানগৰীত দেওবাৰে ফেট বেলীয়ে ১৫ মাহৰ ভিতৰত মুকলি কৰে তৃতীয় আউটলেটখন। গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত দিশে ফেট বেলী ৰেস্তোৰাঁ চেইনৰ আনখন আউটলেট মুকলি কৰা হয়। এই অনুষ্ঠানত ৰেস্তোৰা চেইন খনৰ অন্যতম সহ: প্ৰতিষ্ঠাপক ধীৰাজ ডেকা , সহ: প্ৰতিষ্ঠাপক পৰিক্ষিত ভট্টাচাৰ্য, কেটাৰিঙৰ …

Read More »