Tuesday , December 11 2018
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য (পৃষ্ঠা 2)

ব্যৱসায়-বাণিজ্য

গুৱাহাটীত "ইন টাচ'ৰ দ্বিতীয় টো শ্বৰুম মুকলি

গুৱাহাটীত “ইন টাচ’ৰ দ্বিতীয় টো শ্বৰুম মুকলি গুৱাহাটীৰ প্ৰতিবেদক ২১ জুলাই,,,,,।।।।। গুৱাহাটী মহানগৰীৰ উলুবাৰীত শনিবাৰে মুকলি কৰা হয় মাল্টি মোবাইল প্ৰতিষ্ঠান ইন টাচৰ দ্বিতীয়টো শ্বৰূম। এই শ্বৰুমটো মুকলি কৰে বিশিষ্ট সমাজ সেৱিকা সুমন বাথ্ৰাই। বিভিন্ন ধৰণৰ ব্ৰেণ্ডৰ মোবাইল শ্বৰুমটোত উপলব্ধ হোৱাৰ লগতে গ্ৰাহকে নিজৰ পছন্দ অনুসৰি অতি কম মূল্যত অত্যাধুনিক …

Read More »

যোৰাবাটত মুকলি হ'ল "কেফে ন'হোৱেৰ"

যোৰাবাটত মুকলি হ’ল “কেফে ন’হোৱেৰ” গুৱাহাটীৰ প্ৰতিবেদক,,,,.৬ জুন।।।। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যক ন ৰূপ দিয়াৰ উদ্দেশ্যে আজিৰ পৰা মুকলি হ’ল অত্যাধুনিক খাদ্য সম্ভাৰেৰে ভৰপূৰ কেফে ন”হোৱেৰ। এই উপলক্ষে আজি আয়োজন কৰা সংবাদমেলত বিশিষ্ট অতিথি হিচাবে থাকে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা। অনুষ্ঠান উদ্বোধন কৰি তেওঁ কয়—-অসমীয়া খাদ্যই …

Read More »

উত্তৰ -পূব ভাৰতৰ বজাৰত টি ভি এছ মটৰ কোম্পানীৰ নতুন টি ভি আপাচি আৰ টি ১৬০ ৪ভি মুকলি

উত্তৰ -পূব ভাৰতৰ বজাৰত টি ভি এছ মটৰ কোম্পানীৰ নতুন টি ভি আপাচি আৰ টি ১৬০ ৪ভি মুকলি গুৱাহাটীৰ প্ৰতিবেদক, ৫জুলাই, উত্তৰ -পূব ভাৰতৰ বজাৰত টি ভি এছ মটৰ কোম্পানীৰ নতুন টি ভি আপাচি আৰ টি আৰ ১৬০ ৪ভি বৃহস্পতিবাৰে মহানগৰীৰ তাজ ভিৱান্তা হোটেলত মুকলি কৰা হয়। প্ৰিমীয়ম টু হুইলৰাচ …

Read More »

ছাঅ'মিয়ে গুৱাহাটীত মুকলি কৰিলে ৰেডমি স্মাৰ্টফোনৰ নতুন শৃংখলা।

ছাঅ’মিয়ে গুৱাহাটীত মুকলি কৰিলে ৰেডমি স্মাৰ্টফোনৰ নতুন শৃংখলা। গুৱাহাটীৰ প্রতিবেদক,,,।।। ২৯জুন ,,,,,স্মাৰ্টফোন ব্ৰেণ্ড ছাঅ’মিয়ে শুকুৰবাৰে গুৱাহাটীত ইয়াৰ জনপ্ৰিয় ৰেডমি ছিৰিজৰ পৰা বিভিন্ন স্মাৰ্টফোন মুকলি কৰে। এই উপলক্ষে শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেল যোগে ছাঅ’মিৰ উপ-সভাপতি আৰু ছাঅ’মি ইণ্ডিয়াৰ পৰিচালন সঞ্চালক মনু জৈনে ‘ৰেডমি ৱাই ২’ মুকলি কৰে। সংবাদমেলযোগে ছাঅ’মিৰ উপ …

Read More »

ফেট বেলীৰ তৃতীয়খন আউটলেট মুকলি

ফেট বেলীৰ তৃতীয়খন আউটলেট মুকলি গুৱাহাটীৰ প্ৰতীবেদক,।২৪ জুন।।।,,,,, গুৱাহাটী মহানগৰীত দেওবাৰে ফেট বেলীয়ে ১৫ মাহৰ ভিতৰত মুকলি কৰে তৃতীয় আউটলেটখন। গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত দিশে ফেট বেলী ৰেস্তোৰাঁ চেইনৰ আনখন আউটলেট মুকলি কৰা হয়। এই অনুষ্ঠানত ৰেস্তোৰা চেইন খনৰ অন্যতম সহ: প্ৰতিষ্ঠাপক ধীৰাজ ডেকা , সহ: প্ৰতিষ্ঠাপক পৰিক্ষিত ভট্টাচাৰ্য, কেটাৰিঙৰ …

Read More »

মেগা এন্টাৰটেইণ্টমেণ্টৰ উদ্যোগত ২৯ আৰু ৩০ জুনত "গাৰ্ণিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ছানছিল্ক মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে

মেগা এন্টাৰটেইণ্টমেণ্টৰ উদ্যোগত ২৯ আৰু ৩০ জুনত “গাৰ্ণিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ছানছিল্ক মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে গুৱাহাটীৰ প্ৰতিবেদক ।।। 22 জুন,,,,, গাৰ্ণিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ছানছিল্ক মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰাণ্ড ফিনালে ২৯ আৰু ৩০ জুনত গুৱাহাটীৰ আই.টি.এ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব। …

Read More »

কাঁহ শিল্পৰ বাবে মাষ্টাৰ প্লেন ল’ব চৰকাৰে

ফাৰ্ষ্ট নিউজ ৰিপ’ৰ্টঃ ৰাজ্যৰ অন্যতম গৌৰৱৰ বাহক কাঁহশিল্পৰ উত্তৰণৰ বাবে মাষ্টাৰ প্লেন ল’ব ৰাজ্য চৰকাৰে। এই কথা কালি সৰ্থেবাৰীত কাঁহশিল্পীৰে মত বিনিময় তথা আলোচনাকালত জানিবলৈ দিয়ে ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। কালি বিশ্ব যোগ দিৱস উপলক্ষে সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত যোগাসন কৰাৰ পিছতে সৰ্থেবাৰীৰ একাংশ কাঁহশিল্পীৰে মত বিনিময় …

Read More »

অসমীয়া গামোছাৰ অঘোষিত ব্ৰেণ্ড এম্বেচাদৰ পিএম মোদী

টাৱেলতকৈ পাতল গামোছাৰ আছে বিশ্ব বজাৰ দখলৰ সম্ভাৱনাঃ অসমীয়া গামোছা উদ্যােগৰ বিকাশৰ বাবে সুৱৰ্ণ সুযোগঃ জাতীয় অৰ্থনীতি টনকীয়াল হোৱাৰ পথ উন্মুক্ত   বিশেষ প্ৰতিবেদন, ফাৰ্ষ্ট নিউজ ৰিপ’ৰ্টঃ ২০১৮ চনৰ বিশ্ব যোগ দিৱসতো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগাসনৰ সময়ত কান্ধত অসমীয়া গামোছাখনক কান্ধত লোৱা দেখা গ’ল। বিভিন্ন সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে শাৰীৰিক অনুসীলন …

Read More »

ৰাজ্যৰ ১৯ খন কেন্সাৰ হাস্পটালত ৰতন টাটাই কিমান খৰচ কৰিব?

গুৱাহাটীঃ কৰ্কট ৰোগীসকলৰ বাবে সুখৱৰ। ৰাজ্যৰ  কৰ্কট ৰোগীসকলৰ বহুদিনীয়া অভাৱ পূৰণেৰে  খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক বিস্তৃত কাৰ্য্যসূচীৰ জৰিয়তে ১৯ খন কেন্সাৰ কেয়াৰ চেন্টাৰ স্থাপনৰ শুভাৰম্ভণি কৰা হয়।  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা ৰাজ্য সভাৰ সাংসদ অমিত শ্বাহ আৰু টাটা …

Read More »

গুৱাহাটীত টাটা নেক্সন এ এম টি মুকলি।।।

গুৱাহাটীত টাটা নেক্সন এ এম টি মুকলি।।।। গুৱাহাটীৰ প্ৰতিবেদক,,,।।।18 জুন,,,গুৱাহাটীৰ কাফমাখ্যা গেটত থকা কামাখ্যা মোটৰ্চত নেক্সন হাইপাৰ ড্ৰাইভত সোমবাৰে এছ লেভেল নেক্সন কাৰখন মুকলি কৰে মাৰ্কেটিং বিভাগৰ উপাধক্ষ এছ এন বৰ্মনে । তেওঁ কয় – “পেট্ৰল সংস্কৰনৰ আৰম্ভণি মূল্য 9.41 লাখ। এক্স স্বৰূম দিল্লী আৰু ডিজেল সংস্কৰণৰ মূল্য 10.3 লাখ …

Read More »