Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য (পৃষ্ঠা 4)

ব্যৱসায়-বাণিজ্য

মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ ‘য়ুথ লীডাৰশ্বিপ এৱাৰ্ডৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ

সহযোগিতা আগবঢ়াইছে Firstnewsreport এ   গুৱাহাটীঃ সমতা, শান্তি আৰু উন্নয়ণৰ মূলমন্ত্ৰৰে দেশজুৰি মানৱ অধিকাৰৰ সুৰক্ষাৰ হৈ কাম কৰি অহা সংগঠন মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে ‘য়ুথ লীডাৰশ্বিপ এৱাৰ্ডৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সমাজৰ বিভিন্ন ক্ষেত্ৰত উপযুক্ত বহন কৰা নেতাৰ সন্ধানত বৰ্তমান সংগঠনটোৰ বিভিন্ন স্থানৰ কৰ্মীসকলে নামি পৰিছে। সংগঠনটোৰ এই কাৰ্যক সহযোগিতা …

Read More »

মেডিলাইফৰ চিকিৎসা সেৱাত ৩০ শতাংশ ৰেহাই

গুৱাহাটীঃ ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰখনত প্ৰতিগৰাকী নাগৰিকৰ বাবে সুলভ মূল্যতে চিকিৎসা প্ৰাপ্তিৰ বাবে কাম কৰি অহা অনুষ্ঠান মেডিলাইফে এইবাৰ নিজৰ সদস্য তথা গ্ৰাহকৰ প্ৰতি আগবঢ়াইছে ৩০ শতাংশ ৰেহাইৰ ব্যৱস্থা। মেডিলাইফৰ যোগেদি হিতাধিকাৰীয়ে লাভ কৰা চিকিৎসাসেৱাৰ ক্ষেত্ৰত এই ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিকিৎসালয়, ডায়েগনষ্টিলক লেব টেষ্ট, হেলথ পেকেজ, মেডিকেল পৰ্যটন আদিৰ …

Read More »

উত্তৰ পূৰ্বত ব্লেকবেৰিজ কেছুৱেলৰ প্ৰথমখন এক্সক্লুছিভ বিপনী মুকলি।।

উত্তৰ পূৰ্বত ব্লেকবেৰিজ কেছুৱেলৰ প্ৰথমখন এক্সক্লুছিভ বিপনী মুকলি।। গুৱাহাটীৰ প্ৰতিবেদক, 8 জুন।।।। ব্লেকবেৰিজে গুৱাহাটীৰ লাচিত নগৰত শুকুৰবাৰে মুকলি কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম খন ব্লেকবেৰিজ কেছুৱেল বিপনী। 1000 বৰ্গ ফুট এলেকা জুৰি থকা এই বিপনীখনত আধুনিক আৰু সমকালীন ষ্টাইলৰ সকলো ধৰণৰ পুৰুষ উপযোগী পোচাক লাভ কৰিব পাৰিব। এই বিপনী মুকলিৰ অন্যতম …

Read More »

বহিঃ ৰাজ্যৰ পৰা গামোচা আমদানি বন্ধ কৰাৰ বাবে আলোচনা

গুৱাহাটীৰ প্ৰতিবেদক_ অসমৰ শিপিনী সকলৰ বৃহৎ স্বাৰ্থৰ কথা আগত ৰাখি অসমীয়া জাতিৰ স্বভিমানৰ প্ৰতীক “গামোচা ” বহিঃ ৰাজ্যৰ পৰা আমদানি বন্ধ কৰাৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাবে এই বস্ত্ৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তি আৰু সংস্থা সমূহৰ সৈতে Implementation of The Handloom (Reservation of Articles for production) Act 1985 সম্পৰ্কীয় আলোচনা …

Read More »

প্ৰকৃতাৰ্থত অসমীয়াগিৰি দেখুৱাইছে পূৰ্বাঞ্চল নেচাৰেলে

ষ্টাফ ৰিপৰ্টাৰঃ অসমৰ জাতীয় অৰ্থনীতি টনকীয়াল কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি প্ৰকৃতাৰ্থত অসমীয়াগিৰি দেখুৱাবলৈ সক্ষম হৈছে মৰাণৰ কেইজনমান উদ্যমী যুৱকৰ প্ৰেচষ্টাত গঢ় লোৱা পূৰ্বাঞ্চল নেচাৰেল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে। অসমৰ সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত তৈয়াৰী ক’লা চাউল, অৰগেনিক গ্ৰীণ টি আৰু ক’লা জালুকৰ ব্যৱসায়েৰে বিশ্বৰ দৰৱাৰত অসমীয়াৰ পাৰদৰ্শিতাক উপস্থাপন কৰিবলৈ …

Read More »

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যতকৰ সংখ্যা

দীপাঞ্জলী ডেকা,,2 জুন,,,,ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যতকৰ সংখা। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ সমূহে সম্প্ৰতি দেশ বিদেশৰ পৰ্যতকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসম পৰ্যটন সঞ্চালকায়ৰ পৰা পোৱা তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্রীয় উদ্যান, গুৱাহাটী, শিলচৰ, যোৰহাট, ভালুকপুং,চানডুবি, নগাওঁ, কামাখ্যা মন্দিৰ আদিলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটিছে। সেই অনুসৰি 2015-2016 বৰ্ষত …

Read More »

বাবা ৰামদেৱে ১৪৪ টকাত দিব দৈনিক ২ জিবি ডাটা

এইবাৰ পতঞ্জলি চিমত মহা অফাৰ-বিএছএনএলৰ ব্যক্তিগৰণ নেকি   গুৱাহাটীঃ দেশৰ আগশাৰীৰ ব্ৰেণ্ড পতঞ্জলিয়ে ৰাজহুৱা খণ্ডৰ টেলিকম প্ৰতিষ্ঠান বিএছএনএলৰ সৈতে একত্ৰিতভাৱে গ্ৰাহকৰ প্ৰতি আগবঢ়াইছে মহাঅফাৰ। এই অনুসৰি স্বদেশী সমৃদ্ধি চিম কাৰ্ড শীৰ্ষক এক চিমকাৰ্ড উন্মোচন কৰিছে প্ৰতিষ্ঠানটোৱে।এই চিম কাৰ্ডৰ বাবে গ্ৰাহকে ১৪৪ টকা আদায় দিব লাগিব। বিনিময়ত দৈনিক ২ জিবিকৈ ডাটাৰ …

Read More »