Tuesday , December 11 2018
শেহতীয়া খবৰ
Home / Business

Business

গুৱাহাটীত মুকলি হল মেনছৱেৰ ব্ৰেণ্ড “ফিল’কেলীৰ প্ৰথমখন ষ্ট’ৰ

  ষ্টাফৰিপৰ্টাৰ,, ৩০ নৱেম্বৰ, ২০১৫ চনত দিল্লীত স্থাপন হোৱা ফিল’কেলিয়ে গুৱাহাটীৰ জি এছ ৰেডস্থিত এ, বি চিৰ ড’না প্লেনেটৰ বিপৰীতে গায়ত্ৰী প্লাজাত মুকলি কৰে প্ৰথমখন ষ্ট’ৰ। ফিল’কেলি হল এক মেনছৱেৰ ব্ৰেণ্ড যত গ্ৰাহকে নিজৰ পছন্দ অনুসৰি ছ্যুটৰ পৰা শ্বাটলৈ ট্ৰাউজাৰৰ পৰা জেকেতলৈ আদি পোছাক প্ৰস্তুত কৰে। স এই উপলক্ষে শুকুৰবাৰে …

Read More »

অসমীয়া গামোছাৰ অঘোষিত ব্ৰেণ্ড এম্বেচাদৰ পিএম মোদী

টাৱেলতকৈ পাতল গামোছাৰ আছে বিশ্ব বজাৰ দখলৰ সম্ভাৱনাঃ অসমীয়া গামোছা উদ্যােগৰ বিকাশৰ বাবে সুৱৰ্ণ সুযোগঃ জাতীয় অৰ্থনীতি টনকীয়াল হোৱাৰ পথ উন্মুক্ত   বিশেষ প্ৰতিবেদন, ফাৰ্ষ্ট নিউজ ৰিপ’ৰ্টঃ ২০১৮ চনৰ বিশ্ব যোগ দিৱসতো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগাসনৰ সময়ত কান্ধত অসমীয়া গামোছাখনক কান্ধত লোৱা দেখা গ’ল। বিভিন্ন সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে শাৰীৰিক অনুসীলন …

Read More »

ৰাজ্যৰ ১৯ খন কেন্সাৰ হাস্পটালত ৰতন টাটাই কিমান খৰচ কৰিব?

গুৱাহাটীঃ কৰ্কট ৰোগীসকলৰ বাবে সুখৱৰ। ৰাজ্যৰ  কৰ্কট ৰোগীসকলৰ বহুদিনীয়া অভাৱ পূৰণেৰে  খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক বিস্তৃত কাৰ্য্যসূচীৰ জৰিয়তে ১৯ খন কেন্সাৰ কেয়াৰ চেন্টাৰ স্থাপনৰ শুভাৰম্ভণি কৰা হয়।  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা ৰাজ্য সভাৰ সাংসদ অমিত শ্বাহ আৰু টাটা …

Read More »

গুৱাহাটীত টাটা নেক্সন এ এম টি মুকলি।।।

গুৱাহাটীত টাটা নেক্সন এ এম টি মুকলি।।।। গুৱাহাটীৰ প্ৰতিবেদক,,,।।।18 জুন,,,গুৱাহাটীৰ কাফমাখ্যা গেটত থকা কামাখ্যা মোটৰ্চত নেক্সন হাইপাৰ ড্ৰাইভত সোমবাৰে এছ লেভেল নেক্সন কাৰখন মুকলি কৰে মাৰ্কেটিং বিভাগৰ উপাধক্ষ এছ এন বৰ্মনে । তেওঁ কয় – “পেট্ৰল সংস্কৰনৰ আৰম্ভণি মূল্য 9.41 লাখ। এক্স স্বৰূম দিল্লী আৰু ডিজেল সংস্কৰণৰ মূল্য 10.3 লাখ …

Read More »

ভাড়াঘৰৰ নামত ৰাজ্যত চলিছে ক’লা ব্যৱসায়ঃ প্ৰতিবেদন-১

উচ্চ নিৰিখৰ ভাড়াৰে ভাড়াতীয়াক শোষণ এচাম মালিকৰঃ অধিকাংশ ভাড়াঘৰৰ মালিকে ফাঁকি দিয়ে আয়কৰ   বিশেষ প্ৰতিবেদন, ফাৰ্ষ্ট নিউজ ৰিপ’ৰ্টঃ ৰাজধানী মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰায়কেইখন চহৰ-নগৰত এতিয়া ভাড়াঘৰৰ ব্যৱসায় ৰমৰমীয়াকৈ চলি আছে। জনসংখ্যাৰ দ্ৰুত বৃদ্ধি তথা গ্ৰামাঞ্চলৰ ৰাইজৰ শিক্ষা, কৰ্মসংস্থাপন আদি বিভিন্ন কাৰণত চহৰলৈ ঘটা প্ৰব্ৰজনৰ বাবেই বৰ্তমান এই ব্যৱসায়ী …

Read More »

পতঞ্জলি বিপনন বিভাগত শীঘ্ৰে চেলছমেন নিযুক্তি।।।।

পতঞ্জলি বিপনন বিভাগত শীঘ্ৰে চেলছমেন নিযুক্তি।।।। গুৱাহাটীৰ প্ৰতিবেদক,,, 16 জুন, যোগ আয়ুৰ্বেদৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে যোগঋষি স্বামী ৰামদেৱজীৰ নেতৃত্বত পতঞ্জলি যোগপীঠৰ লক্ষাধিক অধিক কাৰ্যকৰ্তাই অহৰ্নিশে কাম কৰি আছে। আজি কোটি কোটি ভাৰতীয়ই যোগ আধ্যাত্মৰে নতুন এখন ৰাষ্ট্ৰ নিৰ্মাণৰ ভেটি গঢ়িছে আৰু নতুন প্ৰজন্মক সুন্দৰ ভৱিষ্যতৰ নেতৃত্ লব পৰাকৈ নিৰ্মাণ কৰিছে। …

Read More »

১ আগষ্টৰ পৰা সৰ্থেবাৰী উপ কোষাগাৰৰ কাম-কাজ

সৰ্থেবাৰীৰ প্ৰতিবেদকঃ অহা এক আগষ্টৰ পৰা কাঁহশিল্পনগৰী সৰ্থেবাৰীত ৰাজ্য চৰকাৰে স্থাপন কৰিব লোৱা উপ কোষাগাৰৰ চৰকাৰী কাম কাজ আৰম্ভ হ’ব। ৰাজ্য চৰকাৰে এই সংক্ৰান্তত এক অধিসূচনা জাৰি কৰি বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ ৰাইজৰ সুবিধাৰ বাবে কোষাগাৰটো স্থাপন কৰা হব বুলি জানিবলৈ দিছে। এই উপ কোষাগাৰটো স্থাপন কৰাৰ পিছত সৰ্থেবাৰী ৰাজহ চৰকাৰৰ …

Read More »

মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ ‘য়ুথ লীডাৰশ্বিপ এৱাৰ্ডৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ

সহযোগিতা আগবঢ়াইছে Firstnewsreport এ   গুৱাহাটীঃ সমতা, শান্তি আৰু উন্নয়ণৰ মূলমন্ত্ৰৰে দেশজুৰি মানৱ অধিকাৰৰ সুৰক্ষাৰ হৈ কাম কৰি অহা সংগঠন মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে ‘য়ুথ লীডাৰশ্বিপ এৱাৰ্ডৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সমাজৰ বিভিন্ন ক্ষেত্ৰত উপযুক্ত বহন কৰা নেতাৰ সন্ধানত বৰ্তমান সংগঠনটোৰ বিভিন্ন স্থানৰ কৰ্মীসকলে নামি পৰিছে। সংগঠনটোৰ এই কাৰ্যক সহযোগিতা …

Read More »

মেডিলাইফৰ চিকিৎসা সেৱাত ৩০ শতাংশ ৰেহাই

গুৱাহাটীঃ ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰখনত প্ৰতিগৰাকী নাগৰিকৰ বাবে সুলভ মূল্যতে চিকিৎসা প্ৰাপ্তিৰ বাবে কাম কৰি অহা অনুষ্ঠান মেডিলাইফে এইবাৰ নিজৰ সদস্য তথা গ্ৰাহকৰ প্ৰতি আগবঢ়াইছে ৩০ শতাংশ ৰেহাইৰ ব্যৱস্থা। মেডিলাইফৰ যোগেদি হিতাধিকাৰীয়ে লাভ কৰা চিকিৎসাসেৱাৰ ক্ষেত্ৰত এই ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিকিৎসালয়, ডায়েগনষ্টিলক লেব টেষ্ট, হেলথ পেকেজ, মেডিকেল পৰ্যটন আদিৰ …

Read More »

বহিঃ ৰাজ্যৰ পৰা গামোচা আমদানি বন্ধ কৰাৰ বাবে আলোচনা

গুৱাহাটীৰ প্ৰতিবেদক_ অসমৰ শিপিনী সকলৰ বৃহৎ স্বাৰ্থৰ কথা আগত ৰাখি অসমীয়া জাতিৰ স্বভিমানৰ প্ৰতীক “গামোচা ” বহিঃ ৰাজ্যৰ পৰা আমদানি বন্ধ কৰাৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাবে এই বস্ত্ৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তি আৰু সংস্থা সমূহৰ সৈতে Implementation of The Handloom (Reservation of Articles for production) Act 1985 সম্পৰ্কীয় আলোচনা …

Read More »