Friday , May 24 2019
শেহতীয়া খবৰ
Home / Health & Fitness

Health & Fitness

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন গুৱাহাটীৰ প্ৰতিবেকক, 21 জুন।।আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। শাৰীৰিক–মানসিক উৎকৰ্ষ সাধনৰ বাবে চতুৰ্থবাৰৰ বাবে পালন কৰা হৈছে বিশ্ব যোগ দিৱস। ডেৰাদুনৰ FRI খেলপথাৰত যোগাসন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে। মোদীৰ নেতৃত্বত ৫০ হাজাৰ লোকে অংশগ্ৰহণ কৰে যোগ দিৱসৰ কাৰ্যসূচীত। আনহাতে ৰাজস্থানত যোগগুৰু বাবা ৰামদেৱৰ বিশেষ কাৰ্যসূচীত সু–স্বাস্থ্যৱান হৈ …

Read More »

আজিৰ মডেল(শিশু)

ফাৰ্ষ্ট নিউজ ৰিপৰ্টে আৰম্ভ কৰিছে এই নতুন শিতান। এই শিতানত শিশু, পুৰুষ, মহিলা আদি বিভিন্ন বয়সৰ ফেশ্বন জগতৰ প্ৰতি আকৰ্ষিত ব্যক্তিক সংক্ষিপ্ত ধৰণে তুলি ধৰা হয়। আপুনিও নিজকে ইয়াত প্ৰতিফলিত কৰিব পাৰে এগৰাকী ম’ডেল ৰূপে। শ্ৰেষ্ঠ মডেলক আমাৰ ফালৰ পৰা পুৰস্কৃত কৰা হ’ব। লগতে পৰৱৰ্তী পৰ্যায়ৰ সফলতাৰ বাবে উপযুক্ত মঞ্চ …

Read More »

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পতালত ডিজিটেল ইনফৰ্মেশ্যন নাৰ্ভ চেণ্টাৰ মুকলি।।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পতালত ডিজিটেল ইনফৰ্মেশ্যন নাৰ্ভ চেণ্টাৰ মুকলি।। গুৱাহাটীৰ প্ৰতিবেদক।।।17 জুন ।।।,,,, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ডিজিটেল ইনফৰ্মেশ্যন নাৰ্ভ চেণ্টাৰ মুকলি কৰে উদ্যোগপতি তথা টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই। এই অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা। স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, গুৱাহাটীৰ পৰাই …

Read More »

মেডিলাইফৰ চিকিৎসা সেৱাত ৩০ শতাংশ ৰেহাই

গুৱাহাটীঃ ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰখনত প্ৰতিগৰাকী নাগৰিকৰ বাবে সুলভ মূল্যতে চিকিৎসা প্ৰাপ্তিৰ বাবে কাম কৰি অহা অনুষ্ঠান মেডিলাইফে এইবাৰ নিজৰ সদস্য তথা গ্ৰাহকৰ প্ৰতি আগবঢ়াইছে ৩০ শতাংশ ৰেহাইৰ ব্যৱস্থা। মেডিলাইফৰ যোগেদি হিতাধিকাৰীয়ে লাভ কৰা চিকিৎসাসেৱাৰ ক্ষেত্ৰত এই ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিকিৎসালয়, ডায়েগনষ্টিলক লেব টেষ্ট, হেলথ পেকেজ, মেডিকেল পৰ্যটন আদিৰ …

Read More »

প্ৰকৃতাৰ্থত অসমীয়াগিৰি দেখুৱাইছে পূৰ্বাঞ্চল নেচাৰেলে

ষ্টাফ ৰিপৰ্টাৰঃ অসমৰ জাতীয় অৰ্থনীতি টনকীয়াল কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি প্ৰকৃতাৰ্থত অসমীয়াগিৰি দেখুৱাবলৈ সক্ষম হৈছে মৰাণৰ কেইজনমান উদ্যমী যুৱকৰ প্ৰেচষ্টাত গঢ় লোৱা পূৰ্বাঞ্চল নেচাৰেল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে। অসমৰ সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত তৈয়াৰী ক’লা চাউল, অৰগেনিক গ্ৰীণ টি আৰু ক’লা জালুকৰ ব্যৱসায়েৰে বিশ্বৰ দৰৱাৰত অসমীয়াৰ পাৰদৰ্শিতাক উপস্থাপন কৰিবলৈ …

Read More »

অসমৰ ফেশ্বন আৰু সৌন্দৰ্য জগতৰ বাবে সুখবৰ

দীপাঞ্জলী ডেকা,,5জুন।।। অসমৰ ফেশ্যন আৰু সৌন্দৰ্য জগতৰ বাবে এটা সুখবৰ । শেহতীয়াকৈ দেশৰ ৰাজধানী চহৰ DELHI NCR গুৰগাওঁত অনুষ্ঠিত মিছেছ ৰয়েল ইণ্ডিয়া INTERNATIONAL খিতাপ জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ পায়েল অ’ছান গোস্বামীয়ে । সমগ্র দেশৰ 60 গৰাকী প্ৰতিযোগিক চেৰ পেলাই খিতাপ জয় কৰি আনিবলৈ সক্ষম হোৱা পায়েল অ’ছান …

Read More »