Monday , November 19 2018
শেহতীয়া খবৰ
Home / জীৱন-প্ৰণালী

জীৱন-প্ৰণালী

৬ বছৰ ধৰি ৰাজ্যত নিৰ্মাণ নহ’ল জাপানীজ এনকেফেলাইটিছ ৰোগৰ বিশেষ চিকিৎসালয়খন

ষ্টাফৰিপোৰ্টাৰ: ৰাজ্যৰ স্বাস্থ্য বিভাগ মাৰাত্মক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত। ৬ বছৰ ধৰি ৰাজ্যত নিৰ্মাণ নহ’ল জাপানীজ এনকেফেলাইটিছ ৰোগৰ বিশেষ চিকিৎসালয়খনৰ। প্ৰস্তাৱিত ৭খন জিলাত নিৰ্মাণ নহ’ল ১০ খনকৈ বিছনাযুক্ত আই চি ইউ । সেয়ে এক প্ৰকাৰ স্বাস্থ্য বিভাগটোৱেই যেন জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত।

Read More »

গুৱাহাটীত মিছ আৰু মিছেছ টুৰিজিম ইন্টাৰনেচেনেল সৌন্দৰ্য প্ৰতিযোগিতা

ষ্টাফ ৰিপৰ্টাৰ:    মহিলা সৱলীকৰণৰ তথা নাৰীসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে  এম. ডব্লিউ গ্ৰুপে প্রতি বছৰৰ দৰে এইবাৰো  আয়োজন কৰিছে মিছ আৰু মিছেছ টুৰিজিম ইন্টাৰনেচেনেল সৌন্দৰ্য প্ৰতিযোগিতা। এই বছৰৰ আঞ্চলিক প্ৰতিযোগিতা খন হোটেল নভোটেলত আয়োজন কৰা হৈছিল যত  ইণ্টাৰনেচনেল গ্লোবেল শাখাত দিল্লীৰ পৰুল বাৰ্মা বিজয়ী হয়। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা …

Read More »

মিছেছ  টুৰিজিম কুইন ইন্টাৰনেচনেল পেজেণ্ট ২০১৮ লৈ  অসমৰ ছ’নিয়া সাৰদা

ষ্টাফ ৰিপোৰ্টাৰ,,,২০ আগষ্ট।।।।।বিবাহিতা মহিলা সকলৰ নিজৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে মিছেছ  টুৰিজিম কুইন ইন্টাৰনেচনেল পেজেণ্ট ২০১৮ ৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত অসমৰ হৈ ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ বোৱাৰী  ছনিয়া সাৰদা ই। সোমাবাৰে  গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত এখন সংবাদমেলত উপস্থিত থাকি  মিছেছ ইণ্ডিয়া এন চি আৰ …

Read More »

গুৱাহাটীত গ্ৰীষ্মকালীন মডেলিং কৰ্মশালাৰ আয়োজন

ৱাহাটীঃ বৰ্তমান সময়ত মডেলিং এখন আকৰ্ষণীয় ক্ষেত্ৰ। নৱপ্ৰজন্মৰ বহুসংখ্যকেই এই গ্লেমাৰসৰ্বস্ব ক্ষেত্ৰখনৰ সৈতে জড়িত হ’বলৈ ইচ্ছুক। এই ক্ষেত্ৰখনৰ সৈতে জড়িত হ’বলৈ ইচ্ছুক সকলৰ সপোনক বাস্তবায়িত কৰাৰ মানসেৰে শীৰ্ষ প্ৰডাকচন আৰু ময়ুৰী লেডিচ গাৰমেন্টে অহা ২০ জুলাইৰ পৰা ২৪ জুলাইলৈকে অনুষ্ঠিত কৰিছে এখন গ্ৰীষ্মকালীন কৰ্মশালাৰ। আয়োজন শীৰ্ষজ্যোতি বৰা আৰু ময়ুৰী তালুকদাৰে …

Read More »

আজিৰ চেলফি ….

জিমি দাস, মালিগাঁও, গুৱাহাটী।   (আহ্বানঃ আ্মাৰ এই শিতানটোত আপোনাৰ ফটো প্ৰকাশৰ বাবে ৭০৮৬৭৬৩৪৩১, ৭০০২৮২৩৩১৮ নম্বৰলৈ অথৱা firstnewsreport@gmail.com লৈ নাম, ঠিকনা, হবি, পেছা অথবা শিক্ষানুষ্ঠানৰ নাম, যোগা়যোগ নম্বৰসহ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালো। ৱেৱচাইটত ভিজিটৰৰ সঁহাৰি লাভ কৰা শ্ৰেষ্ঠ ফটোৰ গৰাকীক চেপ্তেম্বৰত অনুষ্ঠিত হ’বলগা এচেৰেঙা লিডাৰশ্বিপ এৱাৰ্ড অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হ’ব।)

Read More »

অসমীয়া গামোছাৰ অঘোষিত ব্ৰেণ্ড এম্বেচাদৰ পিএম মোদী

টাৱেলতকৈ পাতল গামোছাৰ আছে বিশ্ব বজাৰ দখলৰ সম্ভাৱনাঃ অসমীয়া গামোছা উদ্যােগৰ বিকাশৰ বাবে সুৱৰ্ণ সুযোগঃ জাতীয় অৰ্থনীতি টনকীয়াল হোৱাৰ পথ উন্মুক্ত   বিশেষ প্ৰতিবেদন, ফাৰ্ষ্ট নিউজ ৰিপ’ৰ্টঃ ২০১৮ চনৰ বিশ্ব যোগ দিৱসতো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগাসনৰ সময়ত কান্ধত অসমীয়া গামোছাখনক কান্ধত লোৱা দেখা গ’ল। বিভিন্ন সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে শাৰীৰিক অনুসীলন …

Read More »

আজিৰ মডেল(শিশু)

ফাৰ্ষ্ট নিউজ ৰিপৰ্টে আৰম্ভ কৰিছে এই নতুন শিতান। এই শিতানত শিশু, পুৰুষ, মহিলা আদি বিভিন্ন বয়সৰ ফেশ্বন জগতৰ প্ৰতি আকৰ্ষিত ব্যক্তিক সংক্ষিপ্ত ধৰণে তুলি ধৰা হয়। আপুনিও নিজকে ইয়াত প্ৰতিফলিত কৰিব পাৰে এগৰাকী ম’ডেল ৰূপে। শ্ৰেষ্ঠ মডেলক আমাৰ ফালৰ পৰা পুৰস্কৃত কৰা হ’ব। লগতে পৰৱৰ্তী পৰ্যায়ৰ সফলতাৰ বাবে উপযুক্ত মঞ্চ …

Read More »

পহিলা জুলাইত ফিয়ামা নৰ্থ ইষ্ট ভিভা 2018ৰ চুড়ান্ত প্ৰতিযোগিতা

পহিলা জুলাইত ফিয়ামা নৰ্থ ইষ্ট ভিভা 2018ৰ চুড়ান্ত প্ৰতিযোগিতা গুৱাহাটীৰ প্ৰতিবেদক।।।,,,19 জুন ,, প্ৰাইড ইষ্ট ইন্টাৰটেইণ্টমেনছ প্ৰাইভেট লিমিটেডৰ উদ্যোগত চতুৰ্থ বৰ্ষৰ বাবে ফিয়ামা নৰ্থ ইষ্ট ডিভা 2018 অনুষ্ঠিত হ’ব। উত্তৰ -পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ সৌন্দৰ্য আৰু মেধাৰ উৎকৰ্ষৰ বাবে অন্যতম মঞ্চ দিয়া ফিয়ামা নৰ্থ ইষ্ট ডিভা 2018 চূড়ান্ত প্ৰতিযোগিতাখন পহিলা জুলাইত …

Read More »

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পতালত ডিজিটেল ইনফৰ্মেশ্যন নাৰ্ভ চেণ্টাৰ মুকলি।।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পতালত ডিজিটেল ইনফৰ্মেশ্যন নাৰ্ভ চেণ্টাৰ মুকলি।। গুৱাহাটীৰ প্ৰতিবেদক।।।17 জুন ।।।,,,, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ডিজিটেল ইনফৰ্মেশ্যন নাৰ্ভ চেণ্টাৰ মুকলি কৰে উদ্যোগপতি তথা টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই। এই অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা। স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, গুৱাহাটীৰ পৰাই …

Read More »

লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী ইম্ফলৰ জীয়ৰী ডানুবে থাংজাম।

লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী ইম্ফলৰ জীয়ৰী ডানুবে থাংজাম। গুৱাহাটীৰ প্ৰতিবেদক 16 জুন।।। লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী ইম্ফলৰ জীয়ৰী হৈছে ডানুবে থাংজাম।প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ–আপ গুৱাহাটীৰ জিজ্ঞাসা কাশ্যপ আৰু দ্বিতীয় ৰানাৰ্ছ–আপৰ খিতাপ লাভ কৰে গুৱাহাটীৰ অনুষ্কা লেখাৰুৱে। গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক …

Read More »