Thursday , November 21 2019
শেহতীয়া খবৰ
Home / সাহিত্য

সাহিত্য

গুৱাহাটী প্ৰেছ ক্লাৱত মুক্ত কবি কণ্ঠৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা

  ষ্টাফৰিপৰ্টাৰ, ১০ নৱেম্বৰ : গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে মুক্ত কবি কণ্ঠৰ উদ্যোগত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট কবি এলেক্স ডি ফিগোৰ “মা”, মুক্ত কবি কণ্ঠৰ সম্পাদক কাব্যনীলৰ “কবি আৰু কবিতা( চতুৰ্থ খণ্ড) আৰু “কবি আৰু কবিতা (পঞ্চম খণ্ড)” আৰু ছাবিনা আলিয়া ‘চন্দ্ৰাজিতা”, “ছোমাতা অৱ ড্ৰীমছ” গ্ৰন্থ …

Read More »

ৰাফকুৱাষ্টিক” উন্মোচন

  ষ্টাফৰিপৰ্টাৰ, ৭ নৱেম্বৰ , বৃহস্পতিবাৰে ২১ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলা প্ৰাংগনত নৱপ্ৰজন্মৰ কবি ভাৰ্গৱ জ্যোতি বৰাৰ কবিতা পুথি “ৰাফকুৱাষ্টিক” উন্মোচন কৰা হয় ৷ পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে ৰশ্মিৰেখা বৰাই ৷ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে অংকুৰ তামুলী ফুকন আৰু চম্পক বৰবৰাৰ লগতে প্ৰকাশক ড৹ অমৃত কুমাৰ …

Read More »

নিষ্ফল উৎসৱ” উন্মোচন

  ষ্টাফৰিপৰ্টাৰ, ৫ নৱেম্বৰ, ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাত মঙলবাৰে উন্মোচন কৰা হয় অলকেশ কলিতাৰ নৱতম কাব্যপুথি “নিষ্ফল উৎসৱ” ৷ পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা পুথিখন উন্মোচন কৰে বিশিষ্ট কবি আনিছ উজ জামান আৰু নীলিম কুমাৰে ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত আয়োজিত উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে কবি ৰাজীৱ বৰুৱা, শ্বাশ্বতী গোস্বামী …

Read More »

উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থ উন্মোচন

  ষ্টাফৰিপৰ্টাৰ, ৩ নৱেম্বৰ : উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত পাঞ্চজন্য প্ৰিণ্টিং আৰু পাব্লিকেশ্বনৰ বিপনীত দেওবাৰে উন্মোচন কৰা হয় যুৱ সাংবাদিক পাৰ্থৱ শইকীয়াৰ নৱতম গ্ৰন্থ “ভেল্কীবাজি” ৷ অনুষ্ঠানটোত উপস্থিত থাকি নিউজ ১৮ অসমৰ জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা , আমাৰ অসম কাকতৰ বলেন দত্ত আৰু প্ৰকাশন গোষ্ঠী পাঞ্চজন্যৰ হৈ ধীৰাজ লহকৰ আৰু …

Read More »

লেখিকা, গল্পকাৰ বিনীশা দেৱীৰ নৱতম উপন্যাস” “ৰক্তৰাগ” উন্মোচন

  ষ্টাফৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰ ; লেখিকা গল্পকাৰ বিনীশা দেৱীৰ নৱতম উপন্যাস” ৰক্তৰাগ” দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। সমাজৰ বাস্তৱ ঘটনা, সাম্প্ৰতিক সময়ৰ সমস্যা,আৰু আন 6কিছুমান এৰাব নোৱাৰা স্পৰ্শকাতৰ দিশক সামৰি ৰচিত হোৱা এই উপন্যাস খন উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক ফণীদ্ৰ কুমাৰ দেৱচৌধুৰীয়ে। উন্মোচনী ভাষণত তেওঁ কয়”-মই এই উপন্যাসখন …

Read More »

বাংলা আলোচনী নয়া ঠহৰৰ পূজা সংখ্যা উন্মোচন

ষ্টাফ ৰিপোৰ্টাৰ,,,২১ ছেপ্টেম্বৰ।। দিছপুৰ প্ৰেছ ক্লাৱত শুকুৰবাৰে জ্যেষ্ঠ সাংবাদিক অমল গুপ্তৰ সম্পাদিত বঙালী ভাষাৰ আলোচনী ‘নয়া ঠহৰ’ৰ পূজা সংখ্যা উন্মোচন কৰা হয়। আলোচনীৰ খন উন্মোচন কৰে ক্ৰমে লেখিকা, পদ্মশ্ৰী ড০ জয়শ্ৰী গোস্বামী মহন্ত, বিশিষ্ট চিকিৎসক, পদ্মশ্ৰী ইলিয়াছ আলী আৰু সাংবাদিক বিপুল শর্মাই। উন্মোচনী ভাষণত ড০ জয়শ্ৰী গোস্বামী মহন্তই কয়”- অমল …

Read More »

অৰুণা ৰবিকুমাৰৰ প্রথমখন গ্ৰন্থ ‘মাৰ’ডাৰ্স অৱ হ’পৰ উমোচনী অনুষ্ঠান

ষ্টাফ ৰিপোৰ্টাৰ,,,১৯ ছেপ্টেম্বৰ।।।। বিগত দুটা দশক জুৰি দেশত বহু-তৰপীয়া হোৱা বিপণন প্ৰচলিত হৈ আছে আৰু ইয়াৰ দ্বাৰা সহজ-সৰল লোকসকলক প্ৰতাৰণা কৰি আয়ৰ সহজ উৎস প্ৰদানৰ নামত এনে আঁচনিসমূহত বিত্তীয় কেলেংকাৰী হোৱা পৰিলক্ষিত হ’য়। সেয়ে এনেবোৰ প্ৰতাৰণা পৰা বিশ্বৰ সকলো লোকক মুক্ত কৰাৰ উদ্দেশ্যে হাইদৰাবাদ নিবাসী লেখিকা অৰুণা ৰবিকুমাৰে লিখি উলিয়াইছে”মাৰ’ডাৰ্ষ …

Read More »

গীত মাত কবিতা আৰু গ্ৰন্থ উন্মোচনৰে মুখৰিত হ’ল অসম সাহিত্য সভা ভৱন

  ষ্টাফৰিপৰ্টাৰ, ২৭ জুলাই : গুৱাহাটী: সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী সভাগৃহত গীত মাত কবিতাৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি দুখনকৈ গ্ৰন্থ উন্মোচন কৰাৰ লগতে যুৱ বিজ্ঞানী সৌৰভ জ্যোতি শৰ্মাক সম্বৰ্ধনা জনোৱা হয়।আউনিহাটী সত্ৰাধিকাৰ ডঃ …

Read More »

বিশিষ্ট সাহিত্যিক পূৰবী বৰমুদৈৰ বিয়োগ

  ষ্টাফৰিপৰ্টাৰ ১৫ জুলাই: অসমৰ বিশিষ্ট সাহিত্যিক পূৰবী বৰমুদৈৰ বিয়োগ। আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ঘটে প্রথিতযশা সাহিত্যিক গৰাকীৰ। প্ৰথিতযশা সাহিত্যিক ,সাহিত্য অকাদেমী বঁটাৰে সন্মানিত পূৰৱী বৰমুদৈ ৰ বিয়োগত বিত্ত, গড়কাপ্তানী, স্বাস্হ্য আদি বিভাগৰ মাননীয় মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ মৃত্যু এক অপূৰণীয় ক্ষতি …

Read More »