Thursday , September 19 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ

চিত্ৰ-সংবাদ

আৰ্থিক দুৰৱস্থাক নেওচি আকাশ চোৱাৰ হেপাঁহ এধানি মনৰ ৰূপালী চুতীয়াৰ

আৰ্থিক দুৰৱস্থাক নেওচি আকাশ চোৱাৰ হেপাঁহ এধানি মনৰ ৰূপালী চুতীয়াৰ : মীনাক্ষী ফুকন। গোলাঘাট। আৰ্থিক দৈন্যতাই হেঙাৰ সৃষ্টি কৰা এধানি মনৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন সংগীত শিল্পী ৰূপালী চুতীয়া। গোলাঘাট কমাৰবন্ধা আলি অঞ্চলৰ ৰাইডঙ্গিয়া গাঁৱৰ যোগেন চুতীয়া আৰু তৰুলতা চুতীয়াৰ কন্যা ৰূপালীৰ সমধুৰ কন্ঠ ই ইতিমধ্যে সমগ্ৰ অঞ্চলটোতে চৰ্চা লাভ কৰিবলৈ …

Read More »

ৰত্নাকৰ’ চলচিত্ৰৰ গীত মুকলি

  আজি পাণ্ডু আৰু দিছ্পুৰ মহাবিদ্যালয়ত চলচ্চিত্ৰ খনৰ প্ৰচাৰ কাৰ্যসূচী ষ্টাফৰিপৰ্টাৰ, ১০ ছেপ্টেম্বৰ : মুক্তি পালে ‘ৰত্নাকৰ চলচিত্ৰৰ আন এটি গীত ‘এটা কথা কোৱা না’ মঙলবাৰে মুকলি কৰা হয়। এই গীতটোত অভিনয় কৰিছে যতীন বৰা, নিশীতা গোস্বামী, শিশুশিল্পী আশ্ৰমিকাই। গীতটি গাইছে জুবিন গাৰ্গ আৰু কণমানি হৰ্ষিতা ভট্টাচাৰ্যই।। ছবিখনৰ সংগীত প্ৰযোজনা …

Read More »

আজি মুক্তি পাব “কাঞ্চনজংঘা”

  ষ্টাফৰিপৰ্টাৰ, ৫ ছেপ্টেম্বৰ : জুবিন গাৰ্গৰ ১৮ বছৰীয়া প্ৰচেষ্টাৰ ফল “কাঞ্চনজংঘা” কাইলৈ মুক্তি লাভ কৰিব। বহুল প্ৰচাৰিত চলচ্চিত্ৰ খনক লৈ আশা বাদী শিল্পী জুবিন গাৰ্গ। উল্লেখ চলচ্চিত্ৰ খনক লৈ বিগত প্ৰায় এমাহ ধৰি শিল্পী গৰাকীয়ে উজনি নামনিত ব্যাপক প্ৰচাৰ চলাইছিল। বিশেষকৈ মহাবিদ্যালয় সমূহত শিল্পী গৰাকীয়ে চলচ্চিত্ৰ খনৰ বিশেষ প্ৰচাৰ …

Read More »

নৰ্থ ইষ্ট ফিল্ম ইনষ্টিটিউটৰ শুভাৰম্ভ

  ষ্টাফ ৰিপোৰ্টাৰ,,,,৫ আগষ্ট।।। নৰ্থ ইষ্ট ফিল্ম ইনষ্টিটিউট(এন ই এফ আই) প্ৰতিষ্ঠানটো সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ এলুমনী হাউচত শুভ উদ্বোধন কৰা হয়। এই প্ৰতিষ্ঠাটো শুভাৰম্ভ কৰে বলিউডৰ বিশিষ্ট অভিনেতা, পৰিচালক, তথা লেখক ড০ ৰাকেশ বেদীয়ে। মুকলি অনুষ্ঠানত তেওঁ কয়-” প্ৰতিভা সকলোৰে থাকে কিন্তু নিজৰ প্রতিভাখিনিক উলিয়াই দিয়া আৰু বিকাশ কৰাৰ বাবে …

Read More »

নতুন ৰাজ্যিক চলচ্চিত্ৰ নীতিক আদৰণি অসমৰ চলচ্চিত্ৰ সমাজৰ

  ষ্টাফ ৰিপোৰ্টাৰ,,,২৫ জুলাই।।। ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ দীর্ঘদিনীয়া দাবী অসম চলচ্চিত্ৰ নীতিক অনুমোদন জনালে ৰাজ্য চৰকাৰৰ কেবিনেটে। বুধবাৰে নেমকেয়াৰ হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সংবাদমেলত আয়োজন কৰি চৰকাৰৰ এই ইতিবাচক সঁহাৰিৰ বাবে মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীক ধন্যবাদ জনায় চলচ্চিত্ৰ সমাজে। সংবাদমেলত নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক তথা সংগীত …

Read More »

৬০ খন ছবিৰ ভিতৰত নিৰ্বাচিত প্ৰীতম মিলনৰ ” কাইমেৰা”

৬০ খন ছবিৰ ভিতৰত নিৰ্বাচিত প্ৰীতম মিলনৰ ” কাইমেৰা মীনাক্ষী ফুকন।। গোলাঘাট।। আন্ত: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতত প্ৰৱেশেৰে জুৰি বৰ্ডৰ দৃষ্টি আকৰ্ষণ কৰি বোকাখাতৰ দৰে সৰু চহৰখনলৈ এটি সু খবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে উদীয়মান সৃষ্টিশীল মনৰ যুৱক প্ৰীতম মিলন লস্কৰ। ” কাইমেৰা ” এখন কম দৈৰ্ঘ্যৰ চুটি ছবি। মানুহৰ চেতন …

Read More »

অভিনেত্ৰী প্ৰাঞ্জনা দত্তক বৰদৈচিলা থিয়টাৰৰ প্ৰতাৰণা : মাজুলীত বৰদৈচিলা থিয়েটাৰক নিষিদ্ধ ঘোষণা

অভিনেত্ৰী প্ৰাঞ্জনা দত্তক বৰদৈচিলা থিয়টাৰৰ প্ৰতাৰণা :অভিনেত্ৰীক প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠিল সন্মিলিত শিল্পী সমাজ মাজুলী :মাজুলীত বৰদৈচিলা থিয়েটাৰক নিষিদ্ধ ঘোষণা:   পৰাণজ্যোতি বৰা, মাজুলী,২৪ জুন:   অভিনেত্ৰীক প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠিল সন্মিলিত শিল্পী সমাজ মাজুলী ।মাজুলীত বৰদৈচিলা থিয়েটাৰক নিষিদ্ধ ঘোষণা কৰে সন্মিলিত শিল্পী সমাজ মাজুলীয়ে । বহু দিনৰ বিৰতিৰ পিছত যোৱা …

Read More »

গ্ৰাম্য জীৱনৰ কাহিনীৰে আহি আছে চুটি ছবি “মই ভাগৰা নাই”

  ষ্টাফ ৰিপোৰ্টাৰ,,,,।।। ১৭ জুন, গ্ৰাম্য জীৱনৰ এক সংগ্ৰামৰ কাহিনীৰে ভৰপূৰ ইউটিউব চেনেল” পেৰেডাইজ থ্ৰী এ.এম’ৰ এখন আহিবলগীয়া চুটি ছবি” মই ভাগৰা নাই”। নৱ প্ৰজন্মৰ লেখক আশীষ ৰঞ্জন দাসৰ কাহিনীৰে চুটি ছবিখনৰ নিৰ্দেশনা কৰিছে প্ৰাণজিৎ দাসে। ৰঞ্জন হাজৰিকা, কাবেৰী কৃষ্ণা, শিখা ঠাকুৰীয়া আদিয়ে অভিনয় কৰা ছবিখন প্ৰযোজনা কৰিছে আবিদ আহমেদে।

Read More »

গুৱাহাটীৰ টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীত বলীউদৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ তত্বাৱধানত সম্পন্ন হ’ল অভিনয় কৰ্মশালা*

*ষ্টাফৰিপৰ্টাৰ, ১৫ জুন’ ২০১৯ – টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমী (টিএছএ)য়ে উত্তৰ-পূৱৰ পৰিৱেশ্য কলাৰ শিক্ষাৰ্থীসকললৈ ভালেমান অভূতপূৰ্ব সুযোগ কঢ়িয়াই আনিছে। শেহতীয়াকৈ ভালেমান শিল্পীৰ দ্বাৰা একাধিক কৰ্মশালা তথা অ’ৰিয়েণ্টেশ্যন অনুষ্ঠান অনুষ্ঠিত কৰাৰ পিছত আজি একাডেমীখনৰ প্ৰথমটো অভিনয় পাঠ্যক্ৰমৰ পাঠদান তথা সূচনা পৰ্ব অনুষ্ঠিত হৈ যায়। আজিৰ এই সূচনা পৰ্বত উপস্থিত বলীউদৰ জনপ্ৰিয় অভিনেতা …

Read More »

নগাঁৱত কল্পনা হাজৰিকা গায়নৰ গল্পৰ নাট্যৰূপ “গোন্ধ” মঞ্চস্থ

: মীনাক্ষী ফুকন । গোলাঘাট। মাৰ ৰিহাৰ স্মৃতি বিজড়িত গোন্ধৰ অনুভূতিয়ে যেনেকৈ আমাক কিছুসময়ৰলৈকে আনন্দ বা বিষাদেৰে ভৰাই তোলে , তেনেকৈ প্ৰচুৰ ঘ্ৰাণ শক্তি থকা অদিতি নামৰ মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী গৰাকীৰ বিভিন্ন সময়ত ডোলা দিয়া স্মৃতি অনুভূতিৰ অভিজ্ঞতা প্ৰকাশৰ জৰিয়তে সৃষ্টি হোৱা এটা গল্পৰ কাহিনী “গোন্ধ”।। ১১ মে’, নগাঁৱৰ অভিমুখ ,নতুনৰ …

Read More »