Tuesday , December 11 2018
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ (পৃষ্ঠা 2)

চিত্ৰ-সংবাদ

মিছেছ  টুৰিজিম কুইন ইন্টাৰনেচনেল পেজেণ্ট ২০১৮ লৈ  অসমৰ ছ’নিয়া সাৰদা

ষ্টাফ ৰিপোৰ্টাৰ,,,২০ আগষ্ট।।।।।বিবাহিতা মহিলা সকলৰ নিজৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে মিছেছ  টুৰিজিম কুইন ইন্টাৰনেচনেল পেজেণ্ট ২০১৮ ৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত অসমৰ হৈ ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ বোৱাৰী  ছনিয়া সাৰদা ই। সোমাবাৰে  গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত এখন সংবাদমেলত উপস্থিত থাকি  মিছেছ ইণ্ডিয়া এন চি আৰ …

Read More »

অসম সন্তান আদিল হুছেইনলৈ নৰৱে’ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ষ্টাফৰিপোৰ্টাৰ,১৯ আগষ্ট, অসম সন্তান আদিল হুছেইনলৈ নৰৱে’ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়।নৰৱে’ৰ অস্কাৰ বিবেচিত ৰাষ্ট্ৰীয় বঁটা আমান্দাৰে সন্মানীত হ’ল আদিল হুছেইন। ‘হোৱাট উইল পিপুল ছে’ নামৰ ছবিত কৰা অভিনয়ৰ বাবে অসম সন্তান আদিল হুছেইনক প্ৰদান কৰা হয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। নৰৱে’ৰ অস্কাৰ বিবেচিত আমান্দা বঁটা লাভে কেৱল অসমৰে নহয়, …

Read More »

গুৱাহাটীত গ্ৰীষ্মকালীন মডেলিং কৰ্মশালাৰ আয়োজন

ৱাহাটীঃ বৰ্তমান সময়ত মডেলিং এখন আকৰ্ষণীয় ক্ষেত্ৰ। নৱপ্ৰজন্মৰ বহুসংখ্যকেই এই গ্লেমাৰসৰ্বস্ব ক্ষেত্ৰখনৰ সৈতে জড়িত হ’বলৈ ইচ্ছুক। এই ক্ষেত্ৰখনৰ সৈতে জড়িত হ’বলৈ ইচ্ছুক সকলৰ সপোনক বাস্তবায়িত কৰাৰ মানসেৰে শীৰ্ষ প্ৰডাকচন আৰু ময়ুৰী লেডিচ গাৰমেন্টে অহা ২০ জুলাইৰ পৰা ২৪ জুলাইলৈকে অনুষ্ঠিত কৰিছে এখন গ্ৰীষ্মকালীন কৰ্মশালাৰ। আয়োজন শীৰ্ষজ্যোতি বৰা আৰু ময়ুৰী তালুকদাৰে …

Read More »

মাইম একাডেমীৰ উদ্যোগত মূকাভিনয় কৰ্মশালা*

*মাইম একাডেমীৰ উদ্যোগত মূকাভিনয় কৰ্মশালা* গুৱাহাটীৰ প্ৰতিবেদক, ৭জুলাই, মাইম একাডেমী গুৱাহাটীৰ উদ্যোগত ১৬ জুলাই ৰ পৰা ২৫ জুলাই মূকাভিনয় কৰ্মশালাৰ আয়োজন কৰিছে। সংগীত নাটক অকাডেমি ৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালাত সংগীত নাটক অকাডেমি বঁটা প্ৰাপক মূকাভিনেতা মইনুল হকৰ তত্বাৱধানত প্ৰশিক্ষণ প্ৰদান কৰা হব। গুৱাহাটীৰ আমবাৰীত অৱস্থিত মাইম একাডেমিত এই …

Read More »

গুৱাহাটীত নেহা ধুপিয়া।

গুৱাহাটীত নেহা ধুপিয়া। দীপাঞ্জলী ডেকা, ৫জুলাই,, গুৱাহাটীত উপস্থিত হল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী, মডেল নেহা ধুপিয়া। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৌন্দৰ্য ৰ প্রতি বাৰুকৈযে আকৰ্ষিত নেহা ধুপিয়াই কলে,,অসম তথা উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট প্ৰতিভাশালি লোক আছে। সংগীতৰ ক্ষেত্ৰতো যথেষ্ট প্ৰতিভা আছে। অসমৰ লোক সকল ফেশ্যন প্রিয়। অসমৰ লোক সকল যথেষ্ট অমায়িক আৰু …

Read More »

ড. লক্ষহীৰা দাস ৰ গীতৰ কৰ্মশালা :

ড. লক্ষহীৰা দাস ৰ গীতৰ কৰ্মশালা : গুৱাহাটীৰ প্ৰতিবেদক, ৩জুলাই,,,জালুকবাৰীৰ সৰগম সংগীত বিদ্যালয়ৰ উদ্যগত মঙল বাৰৰ পৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত যশস্বী সংগীত শিল্পী ড. লক্ষ্যহীৰা দাসৰ এখন গীতৰ কৰ্মশালা অনুষ্ঠিত হৈছে l বিয়লি 3-00 বজাৰ পৰা 6-30 বজালৈ অনুষ্ঠিত হব লগা এই কৰ্মশলাত প্ৰশিক্ষক হিচাপে অনিৰ্বান দাস আৰু প্ৰশান্ত …

Read More »

১৩ জুলাইত শুভমুক্তি ' ক্ৰোধ'

১৩ জুলাইত শুভমুক্তি ‘ ক্ৰোধ’ গুৱাহাটীৰ প্রতিবেদক ,,,,,৩ জুলাই।।।।।। নতুন অসমীয়া চলচ্চিত্ৰ ক্ৰোধ মুক্তিৰ বাবে সাজু হৈ উঠিছে। অহা ১৩ জুলাইত ৰাজ্যৰ চিত্ৰগৃহত পূৰ্ণদৈঘ্যৰ এই চিনেমাখনে মুক্তি লাভ কৰিব বুলি প্রযোজক পংকজ দালানীয়ে জানিবলৈ দিছে। প্ৰযোজক পংকজ দালানীয়ে জনোৱা মতে এক্সন – ৰোমাঞ্চেৰে ভৰপূৰ চিনেমাখনত দৰ্শকে নতুনত্বৰ সোৱাদ পাব। তিনিটা …

Read More »

২৫ জুলাইত "ডেজেল নৰ্থ-ইষ্ট ২০১৮ ৰ চূড়ান্ত সৌন্দৰ্য প্ৰতিযোগিতা"

২৫ জুলাইত “ডেজেল নৰ্থ-ইষ্ট ২০১৮ ৰ চূড়ান্ত সৌন্দৰ্য প্ৰতিযোগিতা” গুৱাহাটীৰ প্ৰতিবেদক।।।। ৩০ জুন,,,,,,, মহানগৰীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ২৫ জুলাইত ডেজেল নৰ্থ ইষ্ট ২০১৮ শীৰ্ষক প্ৰতিযোগিতা এখন অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাখনৰ জৰিয়তে শিশু, যুৱতী তথা মহিলাসকলক সৌন্দৰ্য্যৰ জগতখনত এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰা হৈছে। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ডেবেল নৰ্থ ইষ্ট …

Read More »

উত্তৰ – পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত হ'ব সংগীতৰ মহাৰণ "ভয়চ অৱ নর্থ-ইষ্ট

উত্তৰ – পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত হ’ব সংগীতৰ মহাৰণ “ভয়চ অৱ নর্থ-ইষ্ট গুৱাহাটীৰ প্ৰতিবেদক।।।২৮জুন ,,,,উত্তৰ-পূবৰ প্ৰতিশ্ৰুতিসম্পন্ন যুৱক- যুৱতীসকলক সংগীতৰ ক্ষেত্ৰত প্রতিভা বিকাশৰ এখন মঞ্চ দিবৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ভিত্তিত সৰুপৰ্দাৰ যোগেদি এখন বিশাল সংগীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। “ভয়চ অৱ নৰ্থ-ইষ্ট শীৰ্ষক ৰিয়েললিটী শ্ব” ৰেলিমেক এন্টাৰটেইণ্টমেণ্ট, কামাকাজীৰ উদ্যোগত অনুষ্ঠিত হ’ব। বুধবাৰে মহানগৰীৰ …

Read More »

আজিৰ মডেল(শিশু)

ফাৰ্ষ্ট নিউজ ৰিপৰ্টে আৰম্ভ কৰিছে এই নতুন শিতান। এই শিতানত শিশু, পুৰুষ, মহিলা আদি বিভিন্ন বয়সৰ ফেশ্বন জগতৰ প্ৰতি আকৰ্ষিত ব্যক্তিক সংক্ষিপ্ত ধৰণে তুলি ধৰা হয়। আপুনিও নিজকে ইয়াত প্ৰতিফলিত কৰিব পাৰে এগৰাকী ম’ডেল ৰূপে। শ্ৰেষ্ঠ মডেলক আমাৰ ফালৰ পৰা পুৰস্কৃত কৰা হ’ব। লগতে পৰৱৰ্তী পৰ্যায়ৰ সফলতাৰ বাবে উপযুক্ত মঞ্চ …

Read More »