Tuesday , February 19 2019
Home / চিত্ৰ-সংবাদ (পৃষ্ঠা 3)

চিত্ৰ-সংবাদ

অস্কাৰৰ দৌৰৰ পৰা আঁতৰিল ‘ভিলেজ ৰকষ্টাৰ্ছ’

  ষ্টাফৰিপৰ্টাৰ, ১৮ ডিচেম্বৰ, অস্কাৰৰ দৌৰৰ পৰা আঁতৰিল ৰীমা দাসৰ চলচ্চিত্ৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’। তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই অৱশেষত অস্কাৰৰ দৌৰত থমকিল একাডেমী এৱাৰ্ডত ভাৰতক প্ৰতিনিধিত্ব কৰা ‘ভিলেজ ৰকষ্টাৰ্ছ’। শ্ৰেষ্ঠ ৯খন ছবি নিৰ্বাচন কৰিলে অস্কাৰৰ নিৰ্বাচক মণ্ডলীয়ে। ৯১সংখ্যক অস্কাৰৰ শীৰ্ষ ৯খন চলচিত্ৰৰ তালিকাত অন্তৰ্ভূক্ত নহ’ল ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’। বিশ্বৰ বিভিন্ন দেশৰ …

Read More »

আজি ৰাজ্যজুৰি মুক্তি লাভ কৰিব “ছাছপেণ্ডেত ইন্সপেক্টৰ বড়ো’

  ষ্টাফৰিপৰ্টাৰ, ৬ ডিচেম্বৰ, জনপ্ৰিয় অসমীয়া ছুপাৰহিট চলচিত্ৰ লোকেল কুংফু ১ আৰু ২ ৰ সফলতাৰ পিছত এইবাৰ লোকেল কুংফু ২ৰ দল সাজু হৈছে তেওঁলোকৰ তৃতীয় প্ৰয়োজনা “ছাছপেণ্ডেত ইন্সপেক্টৰ বড়ো’ লৈ। অসমত ৭ ডিচেম্বৰত মুক্তি লাভ কৰিবলগীয়া ছিৰীয়াছ একচন থ্ৰীলাৰ এই চলচিত্ৰ খনত থাকিব লোকেল কুংফু ২ৰ কেইবাজনো অভিনেতা। এই সন্দৰ্ভত …

Read More »

বিবাহপাশত আৱদ্ধ হ’ল দীপিকা পাডুকণ আৰু ৰণবীৰ সিং

  ষ্টাফৰিপৰ্টাৰ, অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল দীপিকা পাডুকণ আৰু ৰণবীৰ সিং। ‘পদ্মাৱত’ত ৰাণীৰূপী দীপিকাক চাবলৈ হাহাকাৰ কৰি ফুৰা ‘আলাউদ্দিন খিলিজী’ৰূপী ৰণবীৰৰ এতিয়া বাস্তৱৰ জীৱনসংগী হ’ল দীপিকা। উলহ-মালহেৰে সুদূৰ ইটালীত বিবাহ সম্পন্ন হ’ল বলীউডৰ দুই ছুপাৰষ্টাৰৰ।

Read More »

কিমেৰাৰ ২০১৮” তৃতীয় বাৰ্ষিক ফেষ্টিভেল

  ষ্টাফ ৰিপোৰ্টাৰ: অম্ৰপালি (চচাইটি অফ আৰ্টৰ) উদ্যোগত “কিমেৰাৰ ২০১৮’ তৃতীয় বাৰ্ষিক ফেষ্টিভেল অনুষ্ঠিত কৰা হ’ব। এই ফেষ্টিভেলত আয়োজন কৰা হ’ব বিভিন্ন ধৰণৰ প্ৰতিযোগিতা নাৰ্ছাৰী শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণী পৰ্যন্ত। নৃত্য ,গীত , ছবি,আদিকে ধৰি কেইবাটাও প্ৰতিযোগিতা হ’ব। দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে …

Read More »

৫ অক্টোবৰত চিত্ৰগৃহলৈ আহিব “দ্যা আণ্ডাৰৱৰ্ল্ড “

ষ্টাফৰিপৰ্টেৰ: বহু প্ৰতীক্ষাৰ অন্তত মুক্তিৰ বাবে সাজু বিগ বাজেটৰ নতুন অসমীয়া ছবি “দ্যা আণ্ডাৰৱৰ্ল্ড “। ৰাগা ফিল্মছৰ বেনাৰত নিৰ্মিত ছবি খনৰ পৰিছালনা ৰাজেশ যশপালৰ।  ‘গানে কি আনে’ৰ সফলতাৰ পিছত মুম্বাইৰ প্ৰতিষ্ঠিত পৰিচালক ৰাজেশ যশপালৰ এই খন হৈছে দ্বিতীয় খন অসমীয়া ছবি। ছবি খনৰ মূল আকৰ্ষণ হ’ল  জুবিন গাৰ্গ । আণ্ডাৰৱৰ্ল্ডৰ …

Read More »

অস্কাৰমুখী ভিলেজ ৰকষ্টাৰ্ছলৈ দৰ্শকৰ বিপুল সঁহাৰি

ষ্টাফৰিপোৰ্টাৰ: অস্কাৰমুখী ভিলেজ ৰকষ্টাৰ্ছলৈ দৰ্শকৰ বিপুল সঁহাৰি। ৰাজ্যৰ ৩৯টা ছবিগৃহত সগৌৰৱে চলিছে ছবিখন। মহানগৰীৰ কেইবাটাও ছবিগৃহত প্ৰদৰ্শন অব্যাহত। কাৰ্নিভেল ছবিগৃহত আজি সৰ্বাধিক ৭টা প্ৰদৰ্শনী। চিনেপলিছ ছবিগৃহত আজি ৫টা প্ৰদৰ্শনী আৰু শুকুৰবাৰে দুটা প্ৰদৰ্শনী আছিল। ৰাইজৰ দাবীত ছবিখনৰ দৰ্শনী আৰু ছবিগৃহৰ সংখ্যা বৃদ্ধি কৰা হৈছে। ৰাজ্যৰ প্রান্তে প্রান্তে চলচ্চিত্ৰপ্ৰেমীৰ অভূতপূৰ্ব সঁহাৰি।

Read More »

বড়ো ভাষাৰ চলচ্চিত্ৰ “ছল’ : এৰিয়লগেম” পোষ্টাৰ মুকলি

ভিউফাইণ্ডাৰ ৰ বেনাৰত নিৰ্মিত বড়ো ভাষাৰ নতুন চলচ্চিত্ৰ “ছল’ : এৰিয়লগেম” পোষ্টাৰ অলপতে মুকলি কৰা হয়। মনোৰঞ্জনধৰ্মী চলচ্চিত্ৰখনৰ মূলকাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা ধীৰাজ বড়োৰ। চলচ্চিত্ৰ খনত মনালিছা মুছাহাৰী, জিত বৰুৱা আদি ন পুৰণি শিল্পীৰ সমাহাৰ ঘটিব। চলচ্চিত্ৰ খনৰ মূল চৰিত্ৰ দুটি ত অভিনয় কৰিছে মৃগৰাজ কুমাৰ ব্ৰহ্ম আৰু প্ৰিয়া …

Read More »

অস্কাৰৰ দৌৰত প্ৰথমবাৰৰ বাবে অসমীয়া ছবি

ষ্টাফৰিপোৰ্টাৰ: অস্কাৰৰ দৌৰত প্ৰথমবাৰৰ বাবে অসমীয়া ছবি। ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ’ ছবিখনে অস্কাৰৰ মনোনয়নৰ বাবে ভাৰতীয় ছবি হিচাপে বিদেশী ছবিৰ শিতানত অফিচিয়েল এণ্ট্ৰি লাভ কৰিছে। ফিল্ম ফেডাৰেচন অৱ ইণ্ডিয়াই শনিবাৰে মুম্বাইত এই ঘোষণা কৰে। কানাড়া চলচ্চিত্ৰ নিৰ্মাতা কে ৰাজেন্দ্ৰ বাবুৰ নেতৃত্বত গঠিত জুৰি মণ্ডলীয়ে, ভাৰতৰ পৰা অস্কাৰৰ অফিচিয়েল এণ্ট্ৰি পাবলৈ …

Read More »

নাটশালাৰ মুকলি কবিতা আবৃত্তি প্ৰতিযোগিতা সম্পন্ন

  ষ্টাফৰিপোৰ্টাৰ : স্থানীয় বিষ্ণু নিৰ্মলা ভৱন ৯ছেপ্টেম্বৰ ত প্ৰেক্ষাগৃহত নাটশালাৰ দ্বাৰা আয়োজিত গনকবি অৱনী চক্ৰৱৰ্তীৰ ‘পুৰণি এটা কবিতাৰ গাত আঁউজি’ শীৰ্ষক কবিতাটিৰ মুকলি আবৃত্তি প্ৰতযোগিতাখন সফল ভাৱে সমাপ্ত হয় | শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰা কৰা এই প্ৰতিযোগিতাখন উদ্বোধন কৰে কবি গৰাকীৰ সহধৰ্মিনী গায়ত্ৰী চক্ৰৱৰ্তীয়ে |ঋত্বিক ৰূপম শৰ্মা আৰু …

Read More »

গুৱাহাটীত বলিউডৰ অভিনেত্ৰী পদ্মিনী কোলহাপুৰী

দীপাঞ্জলি ডেকা : গুৱাহাটীত শনিবাৰে উপস্থিত হল বলিউডৰ অভিনেত্ৰী পদ্মিনী কোলহাপুৰী। আশীৰ দশকৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে শনিবাৰে প্ৰাগজ্যোতি সংস্কৃতিক প্ৰকল্পত ড্ৰীম প্ৰডাকচনএ আয়োজন কৰা প্ৰডাকচনএ আয়োজন কৰা মিছ ড্ৰীম গার্ল ২০১৮ (এক সপোন সুন্দৰীৰ সন্ধানত) ৰ চূড়ান্ত প্ৰতিযোগিতা খনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যিক ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতা খনত …

Read More »