Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ (পৃষ্ঠা 4)

চিত্ৰ-সংবাদ

২৫ জুলাইত "ডেজেল নৰ্থ-ইষ্ট ২০১৮ ৰ চূড়ান্ত সৌন্দৰ্য প্ৰতিযোগিতা"

২৫ জুলাইত “ডেজেল নৰ্থ-ইষ্ট ২০১৮ ৰ চূড়ান্ত সৌন্দৰ্য প্ৰতিযোগিতা” গুৱাহাটীৰ প্ৰতিবেদক।।।। ৩০ জুন,,,,,,, মহানগৰীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ২৫ জুলাইত ডেজেল নৰ্থ ইষ্ট ২০১৮ শীৰ্ষক প্ৰতিযোগিতা এখন অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাখনৰ জৰিয়তে শিশু, যুৱতী তথা মহিলাসকলক সৌন্দৰ্য্যৰ জগতখনত এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰা হৈছে। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ডেবেল নৰ্থ ইষ্ট …

Read More »

উত্তৰ – পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত হ'ব সংগীতৰ মহাৰণ "ভয়চ অৱ নর্থ-ইষ্ট

উত্তৰ – পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত হ’ব সংগীতৰ মহাৰণ “ভয়চ অৱ নর্থ-ইষ্ট গুৱাহাটীৰ প্ৰতিবেদক।।।২৮জুন ,,,,উত্তৰ-পূবৰ প্ৰতিশ্ৰুতিসম্পন্ন যুৱক- যুৱতীসকলক সংগীতৰ ক্ষেত্ৰত প্রতিভা বিকাশৰ এখন মঞ্চ দিবৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ভিত্তিত সৰুপৰ্দাৰ যোগেদি এখন বিশাল সংগীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। “ভয়চ অৱ নৰ্থ-ইষ্ট শীৰ্ষক ৰিয়েললিটী শ্ব” ৰেলিমেক এন্টাৰটেইণ্টমেণ্ট, কামাকাজীৰ উদ্যোগত অনুষ্ঠিত হ’ব। বুধবাৰে মহানগৰীৰ …

Read More »

আজিৰ মডেল(শিশু)

ফাৰ্ষ্ট নিউজ ৰিপৰ্টে আৰম্ভ কৰিছে এই নতুন শিতান। এই শিতানত শিশু, পুৰুষ, মহিলা আদি বিভিন্ন বয়সৰ ফেশ্বন জগতৰ প্ৰতি আকৰ্ষিত ব্যক্তিক সংক্ষিপ্ত ধৰণে তুলি ধৰা হয়। আপুনিও নিজকে ইয়াত প্ৰতিফলিত কৰিব পাৰে এগৰাকী ম’ডেল ৰূপে। শ্ৰেষ্ঠ মডেলক আমাৰ ফালৰ পৰা পুৰস্কৃত কৰা হ’ব। লগতে পৰৱৰ্তী পৰ্যায়ৰ সফলতাৰ বাবে উপযুক্ত মঞ্চ …

Read More »

লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী ইম্ফলৰ জীয়ৰী ডানুবে থাংজাম।

লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী ইম্ফলৰ জীয়ৰী ডানুবে থাংজাম। গুৱাহাটীৰ প্ৰতিবেদক 16 জুন।।। লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী ইম্ফলৰ জীয়ৰী হৈছে ডানুবে থাংজাম।প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ–আপ গুৱাহাটীৰ জিজ্ঞাসা কাশ্যপ আৰু দ্বিতীয় ৰানাৰ্ছ–আপৰ খিতাপ লাভ কৰে গুৱাহাটীৰ অনুষ্কা লেখাৰুৱে। গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক …

Read More »

মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ ‘য়ুথ লীডাৰশ্বিপ এৱাৰ্ডৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ

সহযোগিতা আগবঢ়াইছে Firstnewsreport এ   গুৱাহাটীঃ সমতা, শান্তি আৰু উন্নয়ণৰ মূলমন্ত্ৰৰে দেশজুৰি মানৱ অধিকাৰৰ সুৰক্ষাৰ হৈ কাম কৰি অহা সংগঠন মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে ‘য়ুথ লীডাৰশ্বিপ এৱাৰ্ডৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সমাজৰ বিভিন্ন ক্ষেত্ৰত উপযুক্ত বহন কৰা নেতাৰ সন্ধানত বৰ্তমান সংগঠনটোৰ বিভিন্ন স্থানৰ কৰ্মীসকলে নামি পৰিছে। সংগঠনটোৰ এই কাৰ্যক সহযোগিতা …

Read More »

আসাম টক্চৰ মহা আয়োজন "ৰুমাল"*

*আসাম টক্চৰ মহা আয়োজন “ৰুমাল”* সংগীত জগতৰ অন্যতম জনপ্ৰিয় শিল্পী তথা নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে বিশেষ ভাৱে সক্ষম যুৱক যুৱতী সকলৰ বাবে নিজে নামাকৰণ কৰি দিয়া ”ৰুমাল”ৰ ৰিয়েলেটি শ্ব’ জনপ্ৰিয় চেনেল আছাম টকছৰ এক মহা আয়োজন কৰা হৈছে । শদিয়াৰ পৰা ধুবৰীলৈ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হব এই …

Read More »

অসমৰ ফেশ্বন আৰু সৌন্দৰ্য জগতৰ বাবে সুখবৰ

দীপাঞ্জলী ডেকা,,5জুন।।। অসমৰ ফেশ্যন আৰু সৌন্দৰ্য জগতৰ বাবে এটা সুখবৰ । শেহতীয়াকৈ দেশৰ ৰাজধানী চহৰ DELHI NCR গুৰগাওঁত অনুষ্ঠিত মিছেছ ৰয়েল ইণ্ডিয়া INTERNATIONAL খিতাপ জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ পায়েল অ’ছান গোস্বামীয়ে । সমগ্র দেশৰ 60 গৰাকী প্ৰতিযোগিক চেৰ পেলাই খিতাপ জয় কৰি আনিবলৈ সক্ষম হোৱা পায়েল অ’ছান …

Read More »