Tuesday , November 12 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি

ৰাজনীতি

মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ

  ষ্টাফৰিপৰ্টাৰ, ৯ নৱেম্বৰ : ৰাজ্যৰ বিদ্যালয় সমূহত মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত উত্থাপিত অভিযোগৰ তদন্তৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে l খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্ৰধান সচিব বি. আৰ. চামালক তদন্ত সম্পুৰ্ণ কৰি এক মাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সনোৱালে lমুখ্যমন্ত্ৰীয়ে তদন্তৰ সময়ছোৱাত পূৰ্বৰ মধ্যাহ্ন ভোজনৰ ব্যৱস্থা বিদ্যালয় সমূহত বাহাল …

Read More »

বিজেপি চৰকাৰৰ দিনত নিজ ৰাজ্যতে গুৰুত্বহীন থলুৱা অসমীয়া নিবনুৱা- প্ৰদেশ কংগ্ৰেছ

  ষ্টাফৰিপৰ্টাৰ, ১৬ অক্টোবৰ : জাতি মাটি ভেটি ৰক্ষা আৰু বছৰি ২৫ লক্ষ নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰা সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ থলুৱা নিবনুৱাসকলে সংস্হাপন পোৱাৰ দূৰৈৰ কথা, তাৰ পৰিৱর্তে ওলোটাই নিজ প্ৰাপ্যৰপৰা বঞ্চিত হ’বলগীয়াহে হৈছে -“এক বিবৃতি যোগে ,প্ৰদেশ কংগ্ৰেছ মুখপাত্র ঋতুপর্ণ কোঁৱৰে এইদৰে কয়। …

Read More »

কয়লাৰ কলা সাম্ৰাজ্যৰ সম্ৰাট প্ৰদুৎ বৰদলৈ

  ষ্টাফৰিপৰ্টাৰ, ৩ অক্টোবৰ : অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে আজি এখন সাংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেল সম্বোধন কৰি তেওঁ কয় – “১৫ বছৰীয়া কয়লাৰ কলা সাম্ৰাজ্যৰ সম্ৰাট আছিল প্ৰদুৎ বৰদলৈ। বৰদলৈয়ে কোৱাৰ ধৰণে কয়লা খনিত শ্ৰমিকৰ মৃত্যু হলে সাংবাদিকে এক লাখ টকাকৈ লাভ কৰে বুলি যি …

Read More »

মা কামাখ্যাৰ আশিস ললে অমিত শ্বাহে

  ষ্টাফৰিপৰ্টাৰ, ১০ ছেপ্টেম্বৰ : নীলাচলৰ অতুলনীয় সৌন্দৰ্য্যৰ মাজত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সোমবাৰে মা কামাখ্যাৰ আশিস লয়। সমগ্ৰ দেশবাসীৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ কল্যাণৰ বাবে মা কামাখ্যাৰ শ্ৰীচৰণত সেৱা আগবঢ়াই বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক জনায়।

Read More »

গগৈ-ৰকিৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলিছে কংগ্ৰেছত : পদত্যাগী নেতা

নলবাৰীৰ 15 জনীয়া যুৱ কংগ্ৰেছ দল এটাই আজি বিজেপিত যোগদান কৰে। 2007 চনৰ পৰা কংগ্ৰেছ কৰি অহা ঘনিষ্ঠ নেতা কে ধৰি যুৱ কংগ্ৰেছ দল এটাই আজি বিজেপি যোগ দিয়ে। কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী তৰুণ গগৈ কে ধৰি কিছু নেতাই এতিয়া পৰিয়াল কেন্দ্ৰিক ৰাজনীতিত ব্যস্ত। অসমৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ …

Read More »

অৰুন জেটলীৰ সোমবাৰে স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে

  ষ্টাফৰিপৰ্টাৰ, ১৯ আগষ্ট : নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত চিকিৎসাধীন প্ৰাক্তন কেন্দ্ৰীয় বিত্ত আৰু প্ৰতিৰক্ষা মন্ত্ৰী অৰুন জেটলীৰ সোমবাৰে স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে l

Read More »

ভূটান ভ্ৰমণত ব্যস্ত প্ৰধানমন্ত্ৰী মোদী

  ষ্টাফৰিপৰ্টাৰ, ১৮ আগষ্ট :ভূটান ভ্ৰমণত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভূটানত আজি মোদীৰ দ্বিতীয়টো দিন। শিক্ষাৰ্থীৰে বাৰ্তালাপ কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে। ৰয়েল বিশ্ববিদ্যালয়ত উদাত্ত ভাষণ দিয়ে মোদীয়ে। ভূটানৰ সৈতে ১০ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। লগতে কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে প্ৰধান মন্ত্ৰী মোদীয়ে।

Read More »

মেঘালয় বিধান সভাৰ অধ্যক্ষ ডাংকুপাৰ ৰয়ৰ মৃত্যুত শোক

  ষ্টাফৰিপৰ্টাৰ ২৮ জুলাই :মেঘালয় বিধান সভাৰ অধ্যক্ষ ডঃ ডংকুপাৰ ৰয়ৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গভীৰ শোক প্ৰকাশ কৰে । মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ মেঘালয় বিধান সভাৰ অধ্যক্ষ ডাংকুপাৰ ৰয়ৰ বিয়োগত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ শোক প্ৰকাশ কৰে ৷ উত্তৰ পূৰ্বাঞ্চলে এগৰাকী দক্ষ আৰু শক্তিশালী আঞ্চলিকতাবাদী …

Read More »

ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই–মুমিনুল আৱাল

ষ্টাফৰিপৰ্টাৰ, ২৮ জুলাই: ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই বুলি মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ চৈয়দ মুমিনুল আৱালৰ। আৱালৰ মন্তব্য— মুছলমান লোকে ‘জয় শ্ৰী ৰাম’ ক’ব পাৰে। ৰামচন্দ্ৰ ৰজা আছিল। যাৰবাবে ৰামৰাজ্যৰ কথা কোৱা হয়। ৰাম যুগস্ৰষ্টা মহান ব্যক্তি। তেওঁৰ জয় কোৱাত …

Read More »

ৰাজ্যিক কেবিনেটৰ বৈঠক

  ষ্টাফৰিপৰ্টাৰ, ২৩ জুলাই : ৰাজ্যিক কেবিনেটৰ বৈঠকত কোইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি অসম ৰাজ্যিক উদ্যোগ নীতিত কেবিনেটৰ অনুমোদন কৰা হয়।পঞ্চায়ত সভাপতি-সদস্য, জিলা পৰিষদ সদস্যৰ দৰমহা বৃদ্ধি, নতুন ৰাজ্যিক চলচ্চিত্ৰ নীতিত কেবিনেটৰ অনুমোদন, নগৰ সমিতিৰ নিৰ্বাচনতো বাধ্যতামূলক পৰিয়াল পৰিকল্পনা, ৱাৰ্ড কমিছনাৰ প্ৰাৰ্থীৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব, …

Read More »